5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Amazon Sale 2024 : ১৫ হাজাৰতকৈ কম মূল্যত কোনবোৰ স্মাৰ্টফোন উপলব্ধ হ’ব ? চাওক…

২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব Amazon Great Indian Festival Sale। আমাজনৰ বিক্ৰীৰ এই সময়ছোৱাত আপুনি নতুন নতুন স্মাৰ্টফোন কম মূল্যত ক্ৰয় কৰিব পাৰিব । Amazon Sale 2024 ত ১৫ হাজাৰ টকাৰ কম মূল্যত কোনবোৰ স্মাৰ্টফোন উপলব্ধ হ’ব ? জানক

manas-borah
Manas Borah | Published: 24 Sep 2024 17:15 PM
Realme Narzo 70x 5G Price: এই Realme ৰ 6 GB/128 GB ভেৰিয়েন্ট এই স্মাৰ্টফোনটো Amazon Sale 2024 ত ৰেহাইৰ সৈতে  11,249 টকাত ক্ৰয় কৰিব পাৰিব । এই স্মাৰ্টফোনটোৰ বৰ্তমানৰ মূল্য হৈছে 13,498 টকা । এই হেণ্ডছেটত মিডিয়াটেক ডাইমেনচন 6100 প্লাছ প্ৰচেছৰ, 5000 mAh বেটাৰী আৰু 45 ৱাট ফাষ্ট চাৰ্জৰ দৰে বৈশিষ্ট্য থাকিব।

1 / 5
Samsung Galaxy M35 5G Price: এই ছেমচাং স্মাৰ্টফোনটোৰ বৰ্তমান মূল্য হৈছে 19,999 টকা। কিন্তু Amazon Sale 2024 ত বেংক আৰু কুপন ৰেহাইৰ পিছত 13,749 টকাত এই ফোনটো পাব। এই ফোনত থাকিব 6000 mAh বেটাৰী, 120 Hz AMOLED ডিছপ্লে, ভেপ’ৰ কুলিং চেম্বাৰ আৰু 50 মেগাপিক্সেলৰ ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ।

2 / 5
Tecno Pova 6 Neo Price: বৰ্তমান এই টেকন’ ফোনটো 13,998 টকাত বিক্ৰী কৰা হৈছে যদিও আমাজন বিক্ৰীৰ সময়ত আপুনি এই ফোনটো 12,749 টকাত পাব। এই ফোনত এডভান্সড এআই ফিচাৰ, 5000mAh বেটাৰী, 8 GB ভাৰ্চুৱেল ৰেমৰ দৰে বৈশিষ্ট্য থাকিব।

3 / 5
Redmi 13 5G Price: এই Redmi স্মাৰ্টফোনটো বৰ্তমান 13,499 টকাত বিক্ৰী হৈছে যদিও বিক্ৰীৰ সময়ত আপুনি এই ফোনটো 12,999 টকাত পাব। এই ফোনত আছে 108 মেগাপিক্সেলৰ কেমেৰা চেন্সৰ, 33 ৱাট ফাষ্ট চাৰ্জিং আৰু 5030mAh বেটাৰী।

4 / 5
Realme Narzo 70 Turbo 5G Price: এই Realme মোবাইল ফোনটো বিক্ৰীৰ সময়ত 14,999 টকাত ক্ৰয় কৰিব পাৰিব। বৰ্তমান এই ফোনটোৰ মূল্য হৈছে 16,999 টকা। এই ফোনটোত মিডিয়াটেক ডাইমেনচন 7300 এনাৰ্জি প্ৰচেছৰ, ভেপ’ৰ কুলিং চিষ্টেম, 45 ৱাট ফাষ্ট চাৰ্জ, এণ্ড্ৰইড 14 অ’ এছ আৰু 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট ছাপৰ্টৰ দৰে বৈশিষ্ট্য থাকিব।

5 / 5
Follow Us
Latest Stories