ফেষ্টিভেল চেল সমাপ্ত হোৱাৰ পূৰ্বেই চাওক প্ৰায় আধা দৰত উপলব্ধ এই সামগ্ৰীসমূহ | Amazon Great Indian Festival Sale date upto 50 percent off on these products Samsung JBL Acer TV Assam news - Assam Tv9

Amazon Great Indian Festival Sale: ফেষ্টিভেল চেল সমাপ্ত হোৱাৰ পূৰ্বেই চাওক প্ৰায় আধা দৰত উপলব্ধ এই সামগ্ৰীসমূহ

Published: 

27 Oct 2024 07:56 AM

দেৱালীৰ আনন্দৰ সময়তে গ্ৰাহকসকললৈ দেৱালীৰ বিশেষ উপহাৰ আগবঢ়াইছে ই-কমাৰ্চ প্লেটফৰ্ম আমাজনে। Amazon Great Indian Festival Saleৰ জৰিয়তে আমাজনে ৰেহাই মূল্যত বিভিন্ন সামগ্ৰী গ্ৰাহকলৈ আগবঢ়াইছে। এই বিশেষ অফাৰৰ সুবিধা কেতিয়া অন্ত পৰিব আৰু এই বিক্ৰীৰ সময়ত আপুনি প্ৰায় আধা মূল্যত ক্ৰয় কৰিব পৰা কিছু সামগ্ৰীৰ বিষয়ে জানো আহক।

1 / 5অহা

অহা ২৯ অক্টোবৰলৈ অব্যাহত থাকিব Amazon Great Indian Festival Sale। এই বিশেষ বিক্ৰীৰ সময়ত বিভিন্ন সামগ্ৰীত নিৰ্ধাৰিত ৰেহাইৰ উপৰিও আইচিআইচিআই, এক্সিছ, আইডিএফচি, বেংক অৱ বৰোদা আৰু এইচএছবিচি বেংক কাৰ্ডৰ জৰিয়তে ধন পৰিশোধৰ ক্ষেত্ৰত ১০ শতাংশ অতিৰিক্ত ৰেহাই দিয়া হ’ব।

2 / 5

Amazon Great Indian Festival Saleৰ সময়ত ১,৪৯,৯৯৯ টকা মূল্যৰ Samsung Galaxy S23 Ultra 5G স্মাৰ্টফোনত ৫০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব। এই আকৰ্ষণীয় ৰেহাইৰ পিছত ৭৪ হাজাৰ ৯৯৯ টকাতে লাভ কৰিব চেমচাঙৰ এই অনন্য সুবিধাযুক্ত মোবাইলটো।

3 / 5

শক্তিশালী বেছ আৰু ১২ ঘণ্টাৰ উৎকৃষ্ট বেটাৰী লাইফৰ সুবিধা থকা ১০,৯৯৯ টকা মূল্যৰ JBL Flip 5 পৰ্টেবল ব্লুটুথ স্পীকাৰতো ৫০ শতাংশ ৰেহাই লাভ কৰিব গ্ৰাহকে। এই ৰেহাইৰ বাবে অহা ২৯ অক্টোবৰলৈকে মাত্ৰ ৫৪৯৯ টকাতে এই ব্লুটুথ স্পীকাৰ ক্ৰয়ৰ সুবিধা লাভ কৰিব।

4 / 5

৩২ ইঞ্চি স্ক্ৰীণ চাইজ, ১.৫ জিবি ৰেম আৰু ১৬ জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ সুবিধাযুক্ত Acer TV মডেলতো ৫০ শতাংশ ৰেহাই লাভ কৰিব। ইয়াৰ ফলত ২৪,৯৯৯ টকা মূল্যৰ টিভিটো ১২,৪৯৯ টকাতে লাভ কৰিব।

5 / 5

এই স্মাৰ্ট টিভিটোত ইন-বিল্ট গুগল ক্ৰ’মকাষ্ট, ডলবি অডিঅ’, এণ্ড্ৰইড ১৪ গুগল টিভিৰ দৰে বিশেষ সুবিধা আছে। এই টিভিটোত নেটফ্লিক্স, এমাজন প্ৰাইম ভিডিঅ’ আৰু ডিজনী প্লাছ হটষ্টাৰৰ দৰে অ’টিটি এপসমূহো ব্যৱহাৰ কৰিব পাৰিব।

হৃদৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে গ্ৰীণ টি অতি উপকাৰী, জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
বুৰ্জ খলিফাই হেৰুৱাব স্বীকৃতি, এই দেশত নিৰ্মাণ হৈ আছে বিশ্বৰ আটাইতকৈ সু-উচ্চ তথা বৃ্হৎ অট্টালিকা
শনিবাৰৰ দিনটোত কৰক এই ৫টা প্ৰতিকাৰ, জীৱনত কেতিয়াও নহ'ব ধনৰ অভাৱ!
দীপাৱলীত ডায়েবেটিছ ৰোগীসকলে কোনবোৰ মিঠাই খাব লাগে?