কেতিয়াৰ পৰা আৰম্ভ হ'ব Amazon Great Indian Festival Sale? কম দামতে পাব মোবাইল ফোন ... | Amazon Great Indian Festival Sale start soon know details Assam news - Assam Tv9

কেতিয়াৰ পৰা আৰম্ভ হ’ব Amazon Great Indian Festival Sale? কম দামতে পাব মোবাইল ফোন …

Published: 

19 Sep 2024 17:17 PM

Amazon Great Indian Festival Saleঃ ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব আমাজনৰ ফেষ্টিভেল চেল। এই সময়চোৱাত গ্ৰাহকে অতি কম দামতে লাভ কৰিব সামগ্ৰী। কাপোৰ, চেণ্ডেলৰ পৰা আৰম্ভ কৰি ফোন, ফ্ৰীজলৈ সকলো পাব কম মূল্যত। প্ৰাইম মেম্বাৰ হলে এই সুবিধা গ্ৰাহকে ২৬ ছেপ্টেম্বৰৰ পৰা লাভ কৰিব।

1 / 5Samsung:

Samsung: চেমচাং গেলেক্সি এম৩৫ ৫জি, গেলাক্সি এছ২৪ আল্ট্ৰা ৫জি, গেলাক্সি এ৩৫ ৫জি, গেলাক্সি এ৫৫ ৫জি, গেলাক্সি এম১৫ ৫জি, গেলাক্সি এছ২১এফই ৫জি, গেলাক্সি এছ২৪ ৫জি, গেলাক্সি জেড ফ্লিপ৬ ৫জি, গেলাক্সি জেড ফল্ড৬ ৫জিৰ লগতে কেইবাটাও স্মাৰ্ট ফোনত ৰেহাই থাকিব।

2 / 5

one plus: ৱান প্লাছ ১১ আৰ ৫ জি, ৱান প্লাছ ১২, ৱান প্লাছ ১২ আৰ, নৰ্ড চিই ৪ লাইট ৫ জি, ৱান প্লাছ নৰ্ড চিই ৪ৰ লগতে বহু মডেল ৰেহাই মূল্যত লাভ কৰিব।

3 / 5

iQOO Smartphones:iQOO Z9s 5G, Z9s Pro 5G, Z9 5G, Z9 Lite 5G, Z9x 5G, iQOO Neo 9 Pro 5G, iQOO Z7 Pro 5G, iQOO 12 5Gকে ধৰি অন্যান্য মডেলসমূহ ৰেহাই মূল্যত উপলব্ধ হ’ব।

4 / 5

Realme Smartphones: বিক্ৰীৰ সময়ত Realme Narzo 70 Pro 5G, Realme GT 6T 5G, Narzo N61, Narzo 70X 5G আৰু Narzo N65 5G কে ধৰি অন্যান্য মোবাইলসমূহ সস্তাত পাব।

5 / 5

Xiaomi and Redmi Smartphones:ছাইঅ’মি ১৪ চিভি, ৰেডমি ১৩ ৫জি, ৰেডমি নোট ১৩ ৫জি, ৰেডমি নোট ১৩ প্ৰ’ প্লাছ, ছাইঅ’মি ১৪, ৰেডমি ১৩চি ৫জি, ৰেডমি এ৩এক্স আৰু ৰেডমি নোট ১৩ প্ৰ’ ৫জি মোবাইল ৰেহাই মূল্যত লাভ কৰিব।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version