শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেতিয়া বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা? ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা । দৰমহা বৃদ্ধি হ'ব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ । লগতে পাব এককালীন সাহাৰ্য।

barasha-sarma
Barasha Sarma | Published: 17 Apr 2025 18:11 PM
অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ বাবে ভাল খবৰ। দৰমহা বৃদ্ধি হ'ব অসমৰ অংগনবাড়ী কৰ্মী-সহায়িকাৰ। লগতে অংগনবাড়ী কৰ্মী-সহায়িকাসকলক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ'ব।

1 / 5
কাৰ্বি আংলঙত জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব।  শৰ্মাই কয় যে, অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ দীৰ্ঘদিনৰ আহ্বানৰ প্ৰতি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

2 / 5
ইয়াৰ লগতে শৰ্মাই অংগনবাড়ী কৰ্মী-সহায়িকাসকলক আন্দোলন নকৰিবলৈ কয়। লগতে চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ মনৰ দুখ কমিব বুলি কয় শৰ্মাই।

3 / 5
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী-সহায়িকাই যোৱা কেইবাবছৰ ধৰি দৰমহা বৃদ্ধিৰ বাবে চৰকাৰক দাবী জনাই আহিছে। আনকি ইয়াৰ বাবে প্ৰতিবাদো কৰি আহিছে। তাৰ মাজতে চৰকাৰৰ এই সিদ্ধান্ত।

4 / 5
আজি দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত শৰ্মাই বহু উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে জনসভা সম্বোধন কৰিব। একাধিক কাৰ্যসূচীৰে জিলাখনত উপস্থিত হৈছে শৰ্মা।

5 / 5