5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দীপাৱলীৰ দুটা দিনত মহানগৰীত পুনৰ সুৰা বিক্ৰীৰ অভিলেখ!

মহানগৰীত সুৰাৰ বিক্ৰীয়ে পুনৰ গঢ়িলে অভিলেখ৷ দীপাৱলী-কালী পূজাৰ দুয়োটা দিনতেই বিক্ৰী হ’ল প্ৰায় ৫ কোটি টকাৰ সুৰা৷ কামৰূপ মহানগৰ আবকাৰী বিভাগে দিলে এই তথ্য।

trishna-kalita
Trishna Kalita | Updated On: 02 Nov 2024 17:17 PM
মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তো  দীপাৱলীৰ দুটা দিনত অভিলেখ সংখ্যক সুৰা বিক্ৰী হ’ল মহানগৰীত।  দীপাৱলীৰ দুটা দিনত গুৱাহাটীত ৪ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী

1 / 5
কামৰূপ মহানগৰ আবকাৰী বিভাগে দিলে এই তথ্য। অৱশ্যে বিগত বৰ্ষতকৈ কমিছে সুৰা বিক্ৰী।

2 / 5
২০২৩ত দীপাৱলীৰ দুদিনত  গুৱাহাটীত বিক্ৰী হৈছিল  ৬ কোটি ৮৩ লাখ ১২ হাজাৰ ৭৬০ টকাৰ সুৰা ৷

3 / 5
দুৰ্গা পূজাত গুৱাহাটীত সুৰাপায়ীয়ে ভংগ কৰিছিল সৰ্বকালৰ অভিলেখ। পূজাৰ ৪টা দিনত প্রায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী।

4 / 5
সুৰাপানৰ ফলতে গুৱাহাটীত সংঘটিত হৈছে কেইবাটাও পথ দুর্ঘটনা। GMCHৰ তথ্যমতে দীপাৱলীৰ দুদিনত পথ দুর্ঘটনাত আহত হৈছে ৮১জন লোক।

5 / 5
Latest Stories