APSCৰ ফলাফলত উজলিল অসমীয়া ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা | apsc cce 2023 final exam results declared assam actor partha pratim sarmah tops in aps Assam news - Assam Tv9

APSCৰ ফলাফলত উজলিল অসমীয়া ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা

Updated On: 

05 Dec 2024 18:49 PM

APSC Results: APSCৰ ২০২৩ বৰ্ষৰ CCE চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এই পৰীক্ষাত উত্তীৰ্ণ হৈছে মুঠ ২৩৫গৰাকী প্ৰাৰ্থী। APSৰ শীৰ্ষত অসমীয়া ধাৰাবাহিকৰ অভিনেতা পাৰ্থপ্ৰতিম শৰ্মা।

1 / 5আজি ঘোষণা কৰা হৈছে APSCৰ ২০২৩ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল।  APSৰ প্ৰথম স্থান লাভ কৰিলে অসমৰ এগৰাকী অভিনেতাই।

আজি ঘোষণা কৰা হৈছে APSCৰ ২০২৩ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল। APSৰ প্ৰথম স্থান লাভ কৰিলে অসমৰ এগৰাকী অভিনেতাই।

2 / 5

অভিনেতাগৰাকী হ'ল পাৰ্থ প্ৰতিম শৰ্মা। ৰেঙনি চেনেলত সম্প্ৰচাৰিত ‘মন জেতুকাৰ ৰং’ ধাৰাবাহিকখনৰ অভিনেতা পাৰ্থ প্ৰতিম শৰ্মা। ওৰাঙৰ পিতৃহাৰা পাৰ্থপ্ৰতিম শৰ্মাৰ সফলতাত গৌৰৱান্বিত অঞ্চলবাসী৷

3 / 5

চলিত বৰ্ষৰ ২৬, ২৭ আৰু ২৮ জুলাইত অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষা অনুষ্ঠিত হৈছিল।লিখিত পৰীক্ষাত প্ৰাৰ্থীৰ প্ৰদৰ্শন আৰু সাক্ষাৎকাৰ পৰীক্ষাৰ আধাৰত আজি চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে।

4 / 5

এই পৰীক্ষাত উত্তীৰ্ণ হৈছে মুঠ ২৩৫গৰাকী প্ৰাৰ্থী। APSৰ শীৰ্ষত পাৰ্থপ্ৰতিম শৰ্মা। ACS পদত উত্তীৰ্ণ হৈছে মুঠ ৪৫গৰাকী প্ৰাৰ্থী। APSত উত্তীৰ্ণ ৩৫গৰাকী প্ৰাৰ্থী।

5 / 5

শীৰ্ষ ১০ স্থানত আছে ৭গৰাকী মহিলা। ACSৰ শীৰ্ষত উজলিল চিৰঞ্জীৱ ফুকন। মহিলা প্ৰাৰ্থীৰ শীৰ্ষত এনিশা বুঢ়াগোহাঁই।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে