Travel: উত্তৰ-পূৱত আছে এছিয়াৰ ভিতৰত সকলোতকৈ পৰিস্কাৰ গাঁও!
আপুনি জানি আচৰিত হ'ব যে এছিয়াৰ সবাতোকৈ পৰিস্কাৰ গাঁৱখন আছে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত। এই ৰাজ্যখন পৰ্যটনৰ বাবে বিখ্যাত। মেঘালয়ত গ'লে আপুনি অনুভৱ কৰিব পাৰিব প্ৰকৃতিৰ সৌন্দৰ্য।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5