5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election: আনুষ্ঠানিকভাৱে সামৰণি পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ! সন্ধিয়া ৫ বজালৈ ৫ সমষ্টিত ভোটদানৰ হাৰ কিমান?

সন্ধিয়া ৫ বজাৰ লগে লগে ৰাজ্যত আনুষ্ঠানিকভাৱে অন্ত পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ। সন্ধিয়া ৫ বজালৈকে ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হ’ল ৭২.৮৩%। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।

trishna-kalita
Trishna Kalita | Updated On: 13 Nov 2024 20:36 PM
আনুষ্ঠানিকভাৱে অন্ত পৰি ৰাজ্যৰ ৫ সমষ্টিৰ  উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।  ৫ বজালৈকে ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হ’ল ৭২.৮৩%।

1 / 5
নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭৮.১০% ভোটদান সম্পন্ন হয়।

2 / 5
ধলাই বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭২.৪০% ভোটদান সম্পন্ন হয়। বিহালী বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭৩.৭০% ভোটদান সম্পন্ন হয়।

3 / 5
বঙাইগাঁও বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৬৯.০৮% ভোটদান সম্পন্ন হয়।

4 / 5
চিদলীত বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭১.৫০% ভোটদান সম্পন্ন হয়।

5 / 5
Latest Stories