5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অৰুণোদয় ৩.০ৰ বাবে প্ৰযোজ্য হ’ব নতুন নিয়ম! ৰাজ্য চৰকাৰে দিলে স্পষ্টীকৰণ…

অৰুণোদয় ৩.০ আঁচনিক লৈ বিশেষ স্পষ্টীকৰণ দিলে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা এই নিয়ম অনুসৰিয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা।

trishna-kalita
Trishna Kalita | Updated On: 22 Dec 2024 17:05 PM
অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন সম্পর্কে জাৰি কৰিছে এক স্পষ্টীকৰণ। এতিয়াৰে পৰা অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কার্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণ-পত্র জমা দিয়াৰ প্ৰয়োজন নাই।

1 / 5
বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁওপ্রধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণ-পত্ৰ আহৰণ কৰিৰ নালাগে।  এই ক্ষেত্ৰত আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণ-পত্র সন্দর্ভত যিকোনো বিভ্রান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কু-অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতর্ক হৈ থাকিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ।

2 / 5
আয়ৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ লগতে অভিযোগৰ পুংখানুপুংখ তদন্ত কৰি দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। এই কথা উল্লেখ কৰা হৈছে স্পষ্টীকৰণক।

3 / 5
অৰুণোদয় ৩.০ আঁচনিৰ মূল লক্ষ্য হৈছে অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলি ১,২৫০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা । এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ  বুলিও উল্লেখ কৰে।

4 / 5
'অৰুণোদয় আঁচনিয়ে সামৰি ল'ব ৰাজ্যৰ ৪০ লাখ লোকক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰকৈ টকা দিয়াৰ চিন্তা- চৰ্চা চৰকাৰৰ"। লখিমপুৰত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

5 / 5
Latest Stories