5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

লুৰীণজ্যোতি গগৈয়ে ঘোষণা কৰিলে বিৰোধী ঐক্য মঞ্চৰ নতুন নাম

নাম সলনি হ’ল বিৰোধী ঐক্যমঞ্চৰ, এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব ঐক্যমঞ্চক। আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

trishna-kalita
Trishna Kalita | Updated On: 05 Oct 2024 16:52 PM
নাম সলনি হ’ল বিৰোধী ঐক্যমঞ্চৰ, এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব ঐক্যমঞ্চক।  আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

নাম সলনি হ’ল বিৰোধী ঐক্যমঞ্চৰ, এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব ঐক্যমঞ্চক। আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

1 / 5
২০২৬ৰ বিধানসভা নিৰ্বাচনত ‘অসম’ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী মঞ্চৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ।

2 / 5
শনিবাৰে গুৱাহাটীত এখন সংবাদমেলযোগে এই ঘোষণা কৰে গগৈয়ে। এই নামেৰেই পৰৱৰ্তী ৰাজনৈতিক যাত্ৰা চলাই নিব এই মঞ্চই।

3 / 5
‘অসম’ মিত্ৰজোঁট বা ‘অসম সন্মিলিত মৰ্চা’ হিচাপে পৰিচিত হ’ব পূৰ্বৰ বিৰোধী ঐক্যমঞ্চ, অসম।

4 / 5
পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন খেলিব ‘অসম’ মিত্ৰজোঁটে। উপ-নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ‘অসম’ মিত্ৰজোঁটে।

5 / 5
Latest Stories