5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজ্যৰ ২৭ জিলাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন, প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে ইয়াকে লৈ ৰাজ্যৰ প্ৰতিটো দল-সংগঠন সাজু হৈছে। ইয়াৰ পূৰ্বে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে চূড়ান্ত ভোটৰ তালিকা।

barasha-sarma
Barasha Sarma | Published: 29 Dec 2024 15:52 PM
ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল সংগঠন। ৰাজ্যৰ ২৭ খন জিলাত শীঘ্ৰেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এতিয়ালৈকে নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও কিছুদিনৰ ভিতৰতে তাৰিখ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

1 / 5
শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচন ,সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে চূড়ান্ত ভোটৰ তালিকা। আয়োগে প্ৰকাশ কৰা তালিকা অনুসৰি ৰাজ্যৰ ২৭ খন জিলাৰ ৩৯৭ টা জিলা পৰিষদত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

2 / 5
ইয়াৰোপৰি তালিকা অনুসৰি আঞ্চলিক পঞ্চায়ত সংখ্যা ১৮১ খন আৰু গাঁও পঞ্চায়তৰ সংখ্যা ২১৯২। ইয়াৰ লগতে ৱাৰ্ডৰ সংখ্যা ২১,৯২০ টা। উল্লেখ কৰা প্ৰয়োজন যে, গাঁও পঞ্চায়তৰ  প্ৰতিটো ৱাৰ্ডৰ বাবে পৃথকে পৃথকে নিৰ্বাচন অনুষ্ঠিত হ’ব।

3 / 5
ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোটাৰৰ তালিকাত সন্নিবিষ্ট হোৱা মুঠ ভোটাৰৰ সংখ্যা ১,৮০,১৪,৯১৩ গৰাকী । ইয়াৰ পুৰুষ ভোটাৰৰ সংখ্যা ৯০,৬০,৬৪০ জন, মহিলা ভোটাৰৰ সংখ্যা ৮৯,৫৩,৮৬৫ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০৮ গৰাকী।   ইয়াৰ লগতে ভোট কেন্দ্ৰৰ সংখ্যা ২৪,৮৮২ টা।

4 / 5
উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ নতুন ৰূপত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এইবাৰ নিৰ্বাচনৰ দায়িত্ব গ্ৰহণ লৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে।  ইয়াৰোপৰি এইবাৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰ্যায়ত দলীয় প্ৰতীক থাকিব যদিও গাঁও পঞ্চায়ত পৰ্যায়ত কোনো প্ৰতীক নাথাকিব। ইয়াৰোপৰি আৰু বহুত নতুন নিয়মৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

5 / 5
Latest Stories