5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা,ৰাজ্যজুৰি কটকটীয়া ব্যৱস্থা

আজি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা৷ ২০২টা পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা৷ কটকটীয়া ব্যৱস্থাৰ মাজেৰে ৰাজ্যৰ কেইবাটাও কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা।

trishna-kalita
Trishna Kalita | Updated On: 05 Jan 2025 13:14 PM
আজি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা৷ মুঠ ২০২টা পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা৷

1 / 5
১০ বজাৰ পৰা অনুষ্ঠিত হৈছে SI পদৰ লিখিত পৰীক্ষা।  SI(UB),SI(AB),SI(APRO) পদৰ বাবে  অনুষ্ঠিত হৈছে এই পৰীক্ষা।

2 / 5
কটকটীয়া ব্যৱস্থাৰ মাজেৰে ৰাজ্যৰ কেইবাটাও কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা।   মোবাইল বা ইলেক্ট্ৰনিক সামগ্ৰী যাতে  পৰীক্ষাকেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰে তাৰ বাবে চলোৱা হৈছে তালাচী।

3 / 5
নলবাৰীত মুঠ ৪৩টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। নলবাৰীত ১৬,৪৬৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত।

4 / 5
আৰক্ষীত নিযুক্তি লাভৰ বাবে অৱতীৰ্ণ হৈছে পৰীক্ষাৰ্থীসকল। পুৱাৰে পৰা পৰীক্ষাকেন্দ্ৰসমূহত দেখা গৈছে পৰীক্ষাৰ্থীৰ শাৰী।

5 / 5
Latest Stories