“প্ৰশ্ন কৰাটো যদি অপৰাধ হয়, গণতন্ত্ৰই শাস্তি ভুগে!” কিয় এইদৰে ক’লে দীপলীনাই?
সৌন্দৰ্য আৰু কণ্ঠৰ বাবে অনুৰাগীৰ হৃদয়ৰ আপোন দীপলীনা। সমাজত ঘটি থকা বিভিন্ন ঘটনাক লৈ দীপলীনাক স্পষ্টীকৰণ দিয়া দেখা যায়। পুনৰ এবাৰ দীপলীনা ডেকাই সামজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা পোষ্ট।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5