শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Weather: হঠাৎ বতৰ পৰিৱৰ্তন, প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ, কি ক’লে বতৰ বিজ্ঞান কেন্দ্ৰই?

ৰাজ্যত প্ৰচণ্ড ধূলি, ধুমুহা। প্ৰান্তে প্ৰান্তে ধুমুহা-বৰষুণ। ব্যাহত বিদ্যুৎ যোগান। চৌদিশে হাহাকাৰ অৱস্থা। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ?

barasha-misra
Barasha Misra | Updated On: 10 Apr 2025 13:26 PM
হঠাৎ ৰাজ্যত বতৰ পৰিৱৰ্তন হৈছে। প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ । আহিব প্ৰচণ্ড ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টি।

1 / 5
মহানগৰীত হাহাকাৰ অৱস্থা। ধূলিৰ ধুমুহাৰ ফলত বাট-পথ নেদেখা অৱস্থা। ভিন্ন স্থানত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। শান্তিত উশাহ-নিশাহ ল'ব পৰা নাই ৰাইজে।

2 / 5
গুৱাহাটীত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১২খন জিলাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে।

3 / 5
কেৱল বতাহেই নহয়, ১২খনকৈ জিলাত ধুমুহা বৰষুণৰ লগতে ব্ৰজপাত অহাৰ সম্ভাৱনা আছে।

4 / 5
কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), বজালী, বাক্সা,  নলবাৰী, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালামাৰা গোৱালপাৰা জিলাত আগন্তুক ৩ ঘণ্টাৰ ভিতৰত হ’ব ধাৰাসাৰ বৰষুণ।

5 / 5