Assam weather: বতৰে ম্লান পেলাব নেকি উৎসৱৰ আনন্দ? জানক দেৱালীৰ দিনা কি হ’ব অসমৰ বতৰ…
Assam weather on diwali: আজি সমগ্ৰ দেশে পালন কৰিব দীপাৱলী। প্ৰতিকূল বতৰকো নেওচি দীপাৱলী উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্য়বাসী। আজিৰ দিনটোত কেনে হ'ব বতৰ, হ'ব নেকি ধাৰাসাৰ বৰষুণ? এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বতৰৰ আগজাননী।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5