5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে?

অতিপাত গৰমৰ পাছত বিগত তিনিদিন ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্ত অব্যাহত আছে বৰষুণ। গুৱাহাটীত মহানগৰীটো মঙলবাৰৰ পৰা আৰম্ভ হৈছে বৰষুণ। ৰাজ্যৰ ৫ জিলাত Orange Alert আৰু ১২খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

trishna-kalita
Trishna Kalita | Updated On: 26 Sep 2024 12:55 PM
অহা ৩ দিনলৈ ৰাজ্যৰ দুই এঠাইত বিজুলী-ঢেৰেকনিৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

1 / 5
আজিৰ দিনটোত ৰাজ্যৰ ঠায়ে ঠায়ে হ'ব ধাৰাসাৰ বৰষুণ। ৫ জিলাত Orange Alert আৰু ১২খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

2 / 5
দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালাপাৰা, বৰপেটা জিলাত আজি Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

3 / 5
বঙাইগাঁও, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

4 / 5
উপগ্ৰহৰ পৰা পোৱা তথ্য অনুসৰি, পূজাৰ সময়ত ৰাজ্যত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। শনিবাৰৰ দিনটোত ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। পূজাৰ আগলৈকে বতৰ ডাৱৰীয়া হৈ থাকিব ৰাজ্যত। ষষ্ঠীৰ দিনা ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে। সপ্তমী, অষ্টমী, নৱমী আৰু দশমীলৈকে ৰাজ্যত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। অৰ্থাৎ বতৰে এইবাৰ বিধি পথালি দিব পাৰে পূজাৰ সময়ত।

5 / 5
Latest Stories