ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ! কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে? | assam weather update 26 september Orange Alert issued for 5 dists Assam news - Assam Tv9

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে?

Updated On: 

26 Sep 2024 12:55 PM

অতিপাত গৰমৰ পাছত বিগত তিনিদিন ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্ত অব্যাহত আছে বৰষুণ। গুৱাহাটীত মহানগৰীটো মঙলবাৰৰ পৰা আৰম্ভ হৈছে বৰষুণ। ৰাজ্যৰ ৫ জিলাত Orange Alert আৰু ১২খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

1 / 5বতৰ

বতৰ সলনিৰ লগে লগে ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে তাপমাত্ৰা। গুৱাহাটী মহানগৰীত মঙলবাৰৰ পৰা আৰম্ভ হৈছে বৰষুণ।যাৰ বাবে তাপমাত্ৰা হ্ৰাস পাইছে ২৭ ডিগ্ৰীলৈ।

2 / 5

আজিৰ দিনটোত ৰাজ্যৰ ঠায়ে ঠায়ে হ'ব ধাৰাসাৰ বৰষুণ। ৫ জিলাত Orange Alert আৰু ১২খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

3 / 5

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালাপাৰা, বৰপেটা জিলাত আজি Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

4 / 5

বঙাইগাঁও, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5

Orange Alert জাৰি কৰা জিলাসমূহত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা। লগতে Yellow Alert জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণৰ লগতে ঢেৰেকণি অহাৰ সম্ভাৱনা।

Follow Us On
প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version