Weather Update: আগন্তুক তিনি ঘন্টাত ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী | Assam weather update for 13th april rainfall Thunderstorms with surface wind in 8 district Assam news - Assam Tv9

Weather Update: আগন্তুক তিনি ঘন্টাত ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী

Updated On: 

13 Apr 2025 08:31 AM

Assam Weather Update: আজি ১৩ এপ্ৰিলত ৰাজ্যৰ অধিকাংশ জিলাত বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা। গুৱাহাটী স্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰাজ্যৰ বতৰৰ পুৰ্বানুমান।

1 / 5কাইলৈ গৰু বিহু। কিন্তু এইবাৰৰ বিহুৰ আনন্দ ম্লান পেলাব পাৰে বৰষুণে। কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।

কাইলৈ গৰু বিহু। কিন্তু এইবাৰৰ বিহুৰ আনন্দ ম্লান পেলাব পাৰে বৰষুণে। কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।

2 / 5

পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আহিছে বৰষুণ। বতৰ বিজ্ঞানকেন্দ্ৰৰ সতৰ্কতাৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ।

3 / 5

এইবাৰৰ বিহুৰ আনন্দ ম্লান পেলাব পাৰে বৰষুণে। কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।

4 / 5

আগন্তুক তিনি ঘন্টাত বৰপেটা, দৰং, গোৱালপাৰা, কামৰূপ মেট্ৰ’, নলবাৰী, শোণিতপুৰ আৰু ওদালগুৰিত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে।

5 / 5

ইফালে ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাৰ দুই-এঠাইত বিজুলী-ঢেৰেকনিসহ ব্ৰজ্ৰপাতৰ সম্ভাৱনা আছে। আজি বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৩০ৰপৰা ৪০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।

যকৃতৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
বিহুৰ সময়ত সাতশাকী খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে? তালিকাত কি কি শাক আছে...
IPL ত এখন মেচৰ বাবদ আম্পায়াৰে কিমান দৰমহা লাভ কৰে?
কলিযুগত পৃথিৱীৰ ক'ত বিৰাজমান বজৰংগবলী হনুমান?