5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অপেক্ষাৰ অন্তত গুৱাহাটীত এজাক বৰষুণ…আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা ?

প্ৰচণ্ড গৰমৰ মাজতে সকাহ পালে গুৱাহাটীবাসীয়ে । ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰম অনুভৱ কৰাৰ সময়তে হঠাতে সলনি হ'ল ৰাজধানী চহৰ গুৱাহাটীৰ বতৰ ।

manas-borah
Manas Borah | Updated On: 23 Sep 2024 17:49 PM
প্ৰচণ্ড গৰমৰ মাজতে সকাহ পালে গুৱাহাটীবাসীয়ে । ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰম অনুভৱ কৰাৰ সময়তে হঠাতে সলনি হ'ল ৰাজধানী চহৰ গুৱাহাটীৰ বতৰ ।

প্ৰচণ্ড গৰমৰ মাজতে সকাহ পালে গুৱাহাটীবাসীয়ে । ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰম অনুভৱ কৰাৰ সময়তে হঠাতে সলনি হ'ল ৰাজধানী চহৰ গুৱাহাটীৰ বতৰ ।

1 / 8
গুৱাহাটীৰ ঠায়ে ঠায়ে হৈছে প্ৰবল ধুমুহা-বৰষুণ ।  ২২ ছেপ্টেম্বৰত গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৭.৯ ডিগ্ৰী চেলচিয়াছ। ২১ ছেপ্টেম্বৰত আছিল ৩৮.২ ডিগ্ৰী চেলচিয়াছ। কিন্তু আজি আবেলি সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল গুৱাহাটীত ।

2 / 8
দেওবাৰে ৰাজ্যৰ কোনো কোনো অংশত পাতলীয়া বৰষুণ হোৱাৰ বিপৰীতে গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত গৰমে জ্বলা-কলা খুৱাইছিল ৰাইজক ।

3 / 8
বতৰৰ সতৰ্কবাণী

বতৰৰ সতৰ্কবাণী

4 / 8
২৩ ছেপ্টেম্বৰত গুৱাহাটীত গৰমৰ লগতে আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব বুলি জাননী জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ২৪ ছেপ্টেম্বৰত আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু কোনো কোনো ঠাইত পাতল বৰষুণ,বিজুলী- ঢেৰেকনি আহিব পাৰে।

5 / 8
অপেক্ষাৰ অন্তত ধাৰাসাৰ বৰষুণৰ অহা পাছতেই এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে গুৱাহাটীবাসীয়ে।

6 / 8
উৎকট গৰমৰ বাবে ২৪ ছেপ্টেম্বৰ, মঙ্গলবাৰৰ পৰা কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছিল । এই কথা সদৰী কৰিছিল কামৰূপ মহানগৰ জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰগৰাকীয়ে । এই কথা ঘোষণা কৰাৰ পাছতে গুৱাহাটীত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে ।

7 / 8
বৰষুণ অহাৰ পাছত মহানগৰীৰ ঠায়ে ঠায়ে পানী জমা হোৱাৰো খবৰ লাভ কৰা গৈছে । কিন্তু প্ৰচণ্ড গৰমৰ মাজতে অহা বৰষুণ জাকৰ বাবে কিছু সকাহ পাইছে গুৱাহাটীবাসীয়ে ।

8 / 8
Follow Us
Latest Stories