পাখি মেলি উৰি যাব বিচাৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই! সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বৰষা ৰাণী বিষয়া। সামাজিক মাধ্যমত বৰষাৰ আছে বহু অনুৰাগী। বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে। এতিয়ালৈ বহু ছবিৰ লগতে ধাৰাবাহিকত অভিনয় কৰি আছে বৰষাই।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5