বিহুলৈ সাজু অভিনেত্ৰী বৰষা ৰাণী বিষয়া, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো Assam news - Assam Tv9

বিহুলৈ সাজু অভিনেত্ৰী বৰষা ৰাণী বিষয়া, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Updated On: 

12 Apr 2024 16:30 PM

বৰষাই ছ'চিয়েল মিডিয়া একাউন্টত আপলোড কৰিছে কেইখনমান ফটো। বিহুৰ লগত সংগতি ৰাখি দিয়া ফটো কেইখনত যথেষ্ঠ মৰম দিছে অনুৰাগীয়ে।

1 / 5অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। চলচ্চিত্ৰৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী সুদক্ষ বিহুৱতী হিচাপে বৰষাৰ যথেষ্ট সুনাম আছে।

অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। চলচ্চিত্ৰৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী সুদক্ষ বিহুৱতী হিচাপে বৰষাৰ যথেষ্ট সুনাম আছে।

2 / 5

সামাজিক মাধ্যমতো যথেষ্ঠ সক্ৰিয় বৰষা। প্ৰায়ে সামাজিক মাধ্যমত ফটো বা ভিডিঅ' ভাইৰেল হৈ থাকে।

3 / 5

এইবাৰ বৰষাই ছ'চিয়েল মিডিয়া একাউন্টত আপলোড কৰিছে কেইখনমান ফটো। বিহুৰ লগত সংগতি ৰাখি দিয়া ফটো কেইখনত যথেষ্ঠ মৰম দিছে অনুৰাগীয়ে।

4 / 5

কেৱল অভিনয়ে নহয়, বহুজনে বৰষাক স্বামী ভাস্কৰৰ লগত ভিডিঅ'বা ফটো চাবলৈ অপেক্ষা কৰি থাকে।

5 / 5

এয়া ছ'চিয়েল মিডিয়া একাউন্টত বৰষাই শ্বেয়াৰ কৰিছে আহিবলগীয়া নতুন প্ৰজেক্টৰ ফটো।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?