অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিল মৰমৰ ‘জানমণি’! সামাজিক মাধ্যমযোগে দিলে ভাল খবৰ... | assamese actress shyamontika sharma getting married with manash barua Assam news - Assam Tv9

অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিল মৰমৰ ‘জানমণি’! সামাজিক মাধ্যমযোগে দিলে ভাল খবৰ…

Updated On: 

20 Dec 2024 14:53 PM

মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিবাহৰ খবৰ বিয়পি পৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা। এই খবৰে পোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ অনুৰাগী সকলে জনাইছে শুভেচ্ছা। পিছে কাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল শ্যামন্তিকা শৰ্মা?

1 / 5পুনৰ এবাৰ বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। মোহময়ী অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ বিয়পি পৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা।

পুনৰ এবাৰ বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। মোহময়ী অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ বিয়পি পৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা।

2 / 5

অসমৰ‘জানমণি’ৰ বিয়াৰ খবৰে আচৰিত কৰি তুলিছে সকলোকে। এই খবৰে পোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ অনুৰাগী সকলে জনাইছে শুভেচ্ছা।

3 / 5

বৃহস্পতিবাৰে শ্যামন্তিকাই শ্বেয়াৰ কৰা এটা পোষ্টে আলোড়নৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত। পিছে কাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল শ্যামন্তিকা শৰ্মা?

4 / 5

জানিব পৰা মতে, প্ৰয়াত চিনেমা পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ স’তে যুগ্ম জীৱনৰ পাতনি মেলিলে শ্যামন্তিকাই। মানস বৰুৱা আৰু পৰিয়াল-শুভাকাংক্ষীৰ সৈতে কেইখনমান বিশেষ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

5 / 5

ইনষ্টাগ্ৰামত ফটোকেইখন পোষ্ট কৰি শ্যামন্তিকাই লিখিছে, ‘Blessed 🙏🙏’। অভিনেত্ৰীগৰাকীৰ বিশেষ পোষ্টটোত যুগ্মজীৱনৰ বাবে শুভেচ্ছা জনাইছে কণ্ঠশিল্পী দীপলিনা ডেকাকে ধৰি বহুজনে।

ৰাতিপুৱা ন্যূনতম কিমানবাৰ পুচ-আপ কৰিব লাগে ? ইয়াৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানক...
IPLৰ এখন মেচৰ পৰা আম্পায়াৰসকলে কিমান উপাৰ্জন কৰে?
গৰমৰ দিনত দৈনিক কেঁচা অমিতা খোৱাৰ উপকাৰিতাৰ বিষয়ে জাননে? আচৰিত হ'ব আপুনি...
IPL ত চমক সৃষ্টি কৰা বৈভৱ সূৰ্যবংশী কিমান টকা সম্পত্তিৰ মালিক জানেনে? জানক সকলো...