5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Zubeen garg’s sikkar box office collection : অসমীয়া ছবি ‘চিকাৰ’য়ে কিমান টকা আয় কৰিলে ?

Zubeen garg's sikkar: ২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে জুবিন গাৰ্গ, আদিল হুচেইন, উৰ্মিলা মহন্ত আদিৰ দ্বাৰা অভিনীত ছবি চিকাৰ। এই ছবিখন এতিয়াও ছবিগৃহত স- গৌৰৱে চলি আছে। ৩টা দিন সম্পূৰ্ণ কৰিলে ছবিখনে।

barasha-sarma
Barasha Sarma | Published: 22 Sep 2024 21:44 PM
২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰে চেম ভট্টাচাৰ্যৰ দ্বাৰা প্ৰযোজনা কৰা ছবি চিকাৰ। এই ছবিখনত জুবিন গাৰ্গ, আদিল হুচেইন, সিদ্ধাৰ্থ শৰ্মা, উৰ্মিলা মহন্তকে ধৰি বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে।

1 / 5
ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে। শংকৰ চিকাৰী নামেৰে চাহ বাগানীয়া যুৱকৰ ৰূপত দেখা গৈছে জুবিন গাৰ্গক। জুবিনৰ লগতে উৰ্মিলা, আদিল হুচেইন আদিৰ অভিনয়ে আপ্লুত কৰিছে দৰ্শকক।

2 / 5
এতিয়াও ছবিগৃহত স- গৌৰৱে চলি আছে অসমীয়া ছবি চিকাৰ।  ছবিখনত দেখুওৱা হৈথে যে জুবিনে অসমৰ চাহ বাগিচাৰ পৰা লণ্ডণলৈ গৈ তেওঁ বাগদত্তাৰ জীৱন ৰক্ষা কৰিব বিচাৰে।  পৰম্পৰাগত আৰু আধুনিকতাৰ মাজৰ সংঘৰ্ষ আৰু সম্পৰ্কৰ সন্ধান কৰা ই এক একশ্যন থ্ৰীলাৰ।

3 / 5
ছবিখন মুক্তিৰ দিনটোত আছিল নেশ্যনেল চিনেমা ডে। এই দিনটোৰ দেশৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতে টিকটৰ মূল্য আছিল ৯৯ টকা। তাৰ পাছতে চিকাৰ ছবিখনে প্ৰথম দিনটোতেই ৩২ লাখৰো অধিক টকা আয় কৰিবলৈ সক্ষম হয়। দ্বিতীয় দিনটোতো কেইবাটাও ছবিগৃহত হাউচ ফুল থকা দেখা যায়।  দ্বিতীয় দিনটোৰ আয় প্ৰায় ৫৩ লাখ টকা।

4 / 5
আগন্তুক সময়ত এই ছবিখনে আৰু অধিক আয় কৰাৰ সম্ভাৱণা আছে। ইয়াৰ মাজতে ছবিখনৰ মাজত জুবিন গাৰ্গে গোৱা ৰ'দ শীৰ্ষক গীতটি যথেষ্ঠ ভাইৰেল হৈ আছে। অভিনয়ৰ লগতে জুবিনে গোৱা এই ফাঁকি গীতে দৰ্শকৰ মন মুহিছে।

5 / 5
Follow Us
Latest Stories