অন্ত পৰিল জানমণিৰ সকলো গুণা-গঁথাৰ!অৱশেষত জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ শিৰত সেন্দুৰ আঁকি দিলে মানস বৰাই।(Image Credit source: Social Media)
অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ আজি বিয়া। অভিনয়েৰে সকলোৰ হৃদয় জয় কৰা অভিনেত্ৰীগৰাকীৰ জীৱনলৈ আহিছে প্ৰেম। (Image Credit source: Social Media)
আজিৰে পৰা সামাজিক আৰু আইনীভাৱে যুগ্ম জীৱনৰ পাতনি মেলিছে জানমণিয়ে। এতিয়া গোলাঘাটৰ বোৱাৰী হ'ব শ্যামন্তিকা শৰ্মা। (Image Credit source: Social Media)
মোহময়ী অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ বিয়পি পৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে। সকলোতে ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ বিয়াৰ ফটো। (Image Credit source: Social Media)
যশস্বী পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে জীৱন বাটত খোজ দিব শ্যামন্তিকাই। জীৱনৰ বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অৱশেষত শ্যামন্তিকাই বিচাৰি পালে মনৰ মানুহজন। (Image Credit source: Social Media)