5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰঙালীক আদৰিবলৈ সাজু গাভৰুসকল

পৰম্পৰাগত সাজপাৰ পৰিধান কৰি বিহু আখৰাত ব্যস্ত গাভৰু সকল ।

manas-borah
Manas Borah | Published: 12 Apr 2024 16:06 PM
ৰাজ্যৰ চুকে-কোণে বিহুৰ আন্দন । ৰঙালীক আদৰিবলৈ সাজু হৈছে অসমবাসী ।

1 / 5
ৰঙালীক আদৰাৰ প্ৰস্তুতিৰ সামন্তৰালকৈ চলিছে বিহু আখৰা । গাঁৱে নগৰে এতিয়া শুনবলৈ পোৱা গৈছে ঢোল পেঁপাৰ মাত ।

2 / 5
এইদৰে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি বিহু আখৰাত ব্যস্ত গাভৰুসকল ।

3 / 5
হুঁচৰি বিহুৰ দৰে জেঙ বিহুৱেও অসমৰ বিহু মঞ্চত বিশেষ সমাদৰ লাভ কৰিছে ।  সেয়েহে বহাগ মাহটোৰ উলাই আহিছে গাভৰু সকল ।

4 / 5
এই গাভৰু সকল হৈছে কেৰুমণি থুৰীয়া জেং বিহু দলৰ । এইলোক সাজু হৈছে ৰঙালীক পালন কৰিবলৈ ।

5 / 5
Latest Stories