শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

MahaKumbh Mela 2025: মহাকুম্ভত মহাস্নান কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু পত্নী প্ৰিয়ম পল্লৱীৰ

এইবাৰ পত্নীৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে পত্নী প্ৰিয়মৰ সৈতে গৈছে মহাকুম্ভলৈ। ভৃগু কাশ্যপে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ফটো।

barasha-misra
Barasha Misra | Published: 20 Feb 2025 20:45 PM
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম ভৃগু কাশ্যপ। প্ৰায়ে চৰ্চাত থাকে কণ্ঠশিল্পীগৰাকী। (Image Credit source:Vreegu Kashyap Musical)

1 / 5
সুখেৰে বৈবাহিক জীৱনৰ তিনিটা বছৰ পাৰ কৰিছে ভৃগু আৰু প্ৰিয়ম পল্লৱীয়ে। ১ মাৰ্চত বৈবাহিক জীৱনৰ ৪ টা বছৰ সম্পূৰ্ণ কৰিব দুয়ো। হাতত হাত ধৰি সুখেৰে বৈবাহিক জীৱনত আগুবাঢ়ি গৈছে ভৃগু-প্ৰিয়মে।  (Image Credit source:Vreegu Kashyap Musical)

2 / 5
এইবাৰ পত্নীৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে পত্নী প্ৰিয়মৰ সৈতে গৈছে মহাকুম্ভলৈ। ভৃগু কাশ্যপে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ফটো।(Image Credit source:Vreegu Kashyap Musical)

3 / 5
মহাকুম্ভত মহাস্নান কৰিলে কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু পত্নী প্ৰিয়ম পল্লৱীয়ে। ভৃগুৰ প্ৰতিটো কামত আৰু প্ৰতিটো সময়ত একেলগে থাকে প্ৰিয়ম। (Image Credit source:Vreegu Kashyap Musical)

4 / 5
হাতত হাত থৈ বহু ৰঙীন সপোন বুকুত বান্ধি দুয়ো আৰম্ভ কৰিছিল যুগ্ম জীৱন। আজি দুয়োৰে মহাকুম্ভৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।  (Image Credit source:Vreegu Kashyap Musical)

5 / 5