মুক্তি পালে Bade Miyan Chote Miyan, য'ত অভিনয় কৰিছে অসমৰ যুৱক কিন্নৰ বৰুৱাই Assam news - Assam Tv9

মুক্তি পালে Bade Miyan Chote Miyan, য’ত অভিনয় কৰিছে অসমৰ যুৱক কিন্নৰ বৰুৱাই

Updated On: 

21 May 2024 14:05 PM

মুক্তিৰ তৃতীয়টো দিন এই ছবিখনে মুঠ ৭৬.০১ কোটি উপাৰ্জন কৰিছে।

1 / 5১০ এপ্ৰিলত মুক্তি পালে পৰিচালক আলী আব্বাছ জাফৰৰ ছবি 'Bade Miyan Chote Miyan'

১০ এপ্ৰিলত মুক্তি পালে পৰিচালক আলী আব্বাছ জাফৰৰ ছবি 'Bade Miyan Chote Miyan'

2 / 5

বিহুৰ মাজতে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে দেৱলীনাই

3 / 5

অক্ষয়ৰ অভিনয় দৰ্শকে বহুত ভাল পায়। এই ছবিখনত প্ৰথমবাৰৰ বাবে, অক্ষয় কুমাৰে টাইগাৰ শ্ৰফক দেখা গৈছে।

4 / 5

মুক্তিৰ তৃতীয়টো দিন এই ছবিখনে মুঠ ৭৬.০১ কোটি উপাৰ্জন কৰিছে

5 / 5

উল্লেখ্য যে অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ অভিনীত বলীউডৰ বিগ বাজেটৰ চিনেমাত আছে গুৱাহাটীৰ যুৱক কিন্নৰ বৰুৱা (পৃথু)।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?