শীঘ্ৰেই বজাৰলৈ পালছাৰৰ নতুন মডেলঃ কেতিয়া হ’ব মুকলি! | Bajaj to launch new bike Pulsar N125 new model see details Assam news - Assam Tv9

Bajaj Pulsar N125 New Model 2024: শীঘ্ৰেই বজাৰলৈ পালছাৰৰ নতুন মডেলঃ কেতিয়া হ’ব মুকলি!

Updated On: 

13 Oct 2024 20:30 PM

ভাৰতীয় বজাৰত বিশেষ স্থান দখল কৰি অহা বাজাজে মুকলি কৰিবলৈ আগবাঢ়িছে এখন নতুন বাইক। এই নতুন বাইকখন পালছাৰৰ N125ৰ নতুন মডেল হ’ব পাৰে বুলি অনুমান কৰা হৈছে। পিছে এই নতুন বাইকখন বাজাজে কেতিয়া মুকলি কৰিব তথা এই নতুন বাইকখনত কি কি সুবিধা পোৱা যাব, এই বিষয়ে চাওক।

1 / 5বাজাজ

বাজাজ পালছাৰৰ N ছিৰিজে গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। এনে জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে পালছাৰৰ N125ৰ নতুন মডেল মুকলি কৰিব পাৰে বুলি চৰ্চা চলিছে। পালছাৰৰ N ছিৰিজৰ এইখনেই আটাইতকৈ কম খৰচী বাইক হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

2 / 5

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বাজাজে অহা ১৬ অক্টোবৰত এই বাইকখন বজাৰত মুকলি কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই বাইকখনক লৈ বাজাজে এতিয়ালৈকে কোনো তথ্য শ্বেয়াৰ কৰা নাই।

3 / 5

বাজাজ অট’ই নতুন পালছাৰখন ‘ফান, এজিল এণ্ড আৰ্বান’ হিচাপে উপস্থাপন কৰিব। ইয়াৰ পৰা বুজা যায় যে নতুন বাইকখনৰ ক্ষমতা কম হ’ব পাৰে।

4 / 5

এই নতুন মডেলত এল ই ডি ডি আৰ এলৰ সৈতে প্ৰজেক্টৰ লেন্স হেডলেম্প, টুইন-স্পক এলয় হুইল আৰু চিজেলড ফিউৱেল টেংকৰ দৰে সুবিধা দিব পাৰে বুলি অনুমান কৰা হৈছে। লগতে ব্লুটুথ সংযোগৰ সৈতে অল-ডিজিটেল ইনষ্ট্ৰুমেণ্ট কনছ’লৰ সুবিধাও প্ৰদান কৰা হ’ব পাৰে।

5 / 5

স্প্লিট ছিট আৰু গ্ৰেব ৰেল, এল ই ডি টেইললাইটৰ দৰে সুবিধাৰ সৈতে বাজাজে বজাৰত এই নতুন বাইকখন মুকলি কৰিব পাৱাৰ ট্ৰেন্সমিছনৰ বাবে ৫ স্পীড গিয়াৰবক্সৰো ব্যৱস্থা কৰা হ’ব পাৰে। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই বাজাজে।

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?