বিদেশ ভ্ৰমণত ভাৰতীয় ক্ৰিকেটাৰ সৈতে থাকিব নোৱাৰিক পত্নী-প্ৰেমিকা | BCCI Implements Strict Family Rules for Indian Cricket Team Overseas Tours Assam news - Assam Tv9

বিদেশ ভ্ৰমণত ভাৰতীয় ক্ৰিকেটাৰ সৈতে থাকিব নোৱাৰিক পত্নী-প্ৰেমিকা, কিয় এই সিদ্ধান্ত BCCI ৰ

Published: 

14 Jan 2025 21:22 PM

প্ৰকাশিত খবৰ অনুসৰি,এতিয়াৰ পৰা ক্ৰিকেটাৰগৰাকীৰ পৰিয়ালে কোনো ভ্ৰমণৰ সময়ত দলৰ সৈতে থাকিব নোৱাৰিব। ৪৫ দিনীয়া ভ্ৰমণৰ ক্ষেত্ৰত খেলুৱৈ গৰাকীৰ সৈতে পত্নী বা প্ৰেমিকা ১৪ দিন থাকিব পাৰে আৰু চুটি ভ্ৰমণৰ ক্ষেত্ৰত দলৰ সৈতে একেখন হোটেলতে মাত্ৰ ৭ দিনৰ বাবে থকাৰ সুযোগ থাকিব।

1 / 5ভাৰতীয় ক্ৰিকেট দলটোক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিআইয়ে । অষ্ট্ৰেলিয়া ভ্ৰমণত ১-৩ ব্যৱধানত পৰাজয়ে ব’ৰ্ডক অবিৰতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে । বিদেশ ভ্ৰমণত দলটোক অধিক মনোনিৱেশ কৰি ৰাখিবলৈ বিচিচিআইয়ে নতুন নিয়ম আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ভাৰতীয় ক্ৰিকেট দলটোক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিআইয়ে । অষ্ট্ৰেলিয়া ভ্ৰমণত ১-৩ ব্যৱধানত পৰাজয়ে ব’ৰ্ডক অবিৰতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে । বিদেশ ভ্ৰমণত দলটোক অধিক মনোনিৱেশ কৰি ৰাখিবলৈ বিচিচিআইয়ে নতুন নিয়ম আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

2 / 5

প্ৰকাশিত খবৰ অনুসৰি,এতিয়াৰ পৰা ক্ৰিকেটাৰগৰাকীৰ পৰিয়ালে কোনো ভ্ৰমণৰ সময়ত দলৰ সৈতে থাকিব নোৱাৰিব। ৪৫ দিনীয়া ভ্ৰমণৰ ক্ষেত্ৰত খেলুৱৈ গৰাকীৰ সৈতে পত্নী বা প্ৰেমিকা ১৪ দিন থাকিব পাৰে আৰু চুটি ভ্ৰমণৰ ক্ষেত্ৰত দলৰ সৈতে একেখন হোটেলতে মাত্ৰ ৭ দিনৰ বাবে থকাৰ সুযোগ থাকিব।

3 / 5

দৈনিক জাগৰণৰ মতে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত ব’ৰ্ডে এই সিদ্ধান্তত উপনীত হৈছে যে দলটোৰ সৈতে পৰিয়াল থকাটোৱে ক্ৰিকেটাৰজনক প্ৰেৰণা যোগোৱাতকৈ খেলুৱৈজনৰ প্ৰদৰ্শনত বহু বেছি নেতিবাচক প্ৰভাৱ পেলায়। সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ডে।

4 / 5

ব’ৰ্ডে দলৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আনিবলৈ গৈ আছে। শেহতীয়া কিছু ভ্ৰমণত দলটোৰ অনুশাসনক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই সিদ্ধান্ত কিয় গ্ৰহণ কৰিছে সেই কথা এতিয়াই স্পষ্টভাৱে কোৱাটো কঠিন ।

5 / 5

বিচিচিআইৰ এই সিদ্ধান্তই দলটোৰ প্ৰতিগৰাকী খেলুৱৈক প্ৰভাৱিত কৰাটো প্ৰায় নিশ্চিত । লগতে এই সিদ্ধান্তৰ বাবে বিতৰ্ক সৃষ্টি হোৱাৰ সম্ভৱনাও নথকা নহয় ।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!