5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Diwali 2024: ধনতেৰাচৰ পৰা দীপাৱলীলৈ ঘৰতে বনাওক এই আল্পনাৰ ডিজাইনসমূহ

আল্পনা কলা ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে। পৰম্পৰাগত আল্পনা পিঠাগুড়ি বা আটাৰে বনায় যদিও ঠাই ভেদে ৰঙীন চাউল, ৰঙীন বালি, ফুলৰ পাপড়ি, আৰু ৰঙীন শিলৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়। আল্পনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে ৰঙৰ ব্যৱহাৰ। দেৱালী আৰু ধনতেৰাচত এইদৰে আঁকিব পাৰিব আল্পনা।

barasha-misra
Barasha Misra | Published: 24 Oct 2024 11:43 AM
২৯ অক্টোবৰত ধনেৰাচ উদযাপন কৰা হ'ব। এই দিনটোৰ বাবে আপুনি আল্পনাৰ এই ডিজাইনৰ পৰা আইডিয়া ল'ব পাৰে। ইয়াত নীলা, বগা আৰু গোলাপী ৰং ব্যৱহাৰ কৰা হৈছে। লগতে কলহৰ চাৰিওফালে মুদ্ৰা ৰাখিছে। এইদৰে আপুনিও ঘৰতে সজাব পাৰে।

1 / 5
দীপাৱলী আৰু ধনতেৰাচৰ বিশেষ দিনটো সকলোৰে ঘৰত পালন কৰা হয়। এই দুয়োটা অনুষ্ঠানৰ বাবে এই আল্পনাৰ ডিজাইন নিখুঁত হ’ব লাগে। এই ডিজাইনটোৰ পৰা আপুনি আইডিয়া ল'ব পাৰে।

2 / 5
দীপাৱলীৰ বিশেষ উপলক্ষৰ বাবে এই আল্পনাৰ ডিজাইনৰ পৰা আইডিয়া ল'ব পাৰিব। এই ডিজাইনত চাকিটোৰ চাৰিওফালে অতি সুন্দৰ ডিজাইন তৈয়াৰ কৰা হৈছে ।

3 / 5
যদি আপুনি দীপাৱলী বা যিকোনো উৎসৱৰ বাবে আল্পনাৰ এক অনন্য ডিজাইন আঁকিব বিচাৰিছে, তেন্তে এই ডিজাইনৰ পৰা আপুনি আইডিয়া ল'ব পাৰে।

4 / 5
ধনতেৰা আৰু দীপাৱলীৰ দিনা যদি আপুনি ঘৰতে সাধাৰণ আল্পনাৰ ডিজাইন বনাব বিচাৰে তেন্তে এই ডিজাইন আপোনাৰ বাবে।

5 / 5
Latest Stories