5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Travel: ভাৰতৰ ৫ খন ঠাই, য’ত গ’লে আপুনি অনুভৱ কৰিব স্বৰ্গ সুখ!

সময় পালে মানুহে ধুনীয়া ঠাইলৈ যাব বিচাৰে। ভ্ৰমণ কৰি ভাল পোৱা লোকে কেতিয়াবা ভাৰতৰ বাহিৰলৈও যায়। কিন্তু আমাৰ দেশতে এনে বহু ঠাই আছে যি চালে আপোনাৰ মন. প্ৰাণ ভৰি পৰিব। এই ঠাইবোৰৰ বিশেষত্ব হ’ল ভৌগোলিক অৱস্থান। যিয়ে মানুহক আকৰ্ষিত কৰে।

barasha-sarma
Barasha Sarma | Updated On: 06 Jun 2024 15:16 PM
নুব্ৰা ভেলীঃ নুব্ৰা ভেলী  লাডাখত অৱস্থিত। যাক ভাৰতৰ মুকুট বুলি কোৱা হয়। ইয়াক লাডাখৰ ভেলী বা ফুলৰ উপত্যকা বুলিও কোৱা হয়। এইখন ইমান ধুনীয়া ঠাই যে ইয়ালৈ আহিলে সকলোৱে হেৰাই যায়। ইয়াৰ দৃশ্যইও আপোনাক আচৰিত কৰি তুলিব।

1 / 5
চাউলি কি জালিঃ নৈনীতালৰ মুক্তেশ্বৰ জিলাৰ 'চাউলি কি জালি' বিশ্ব বিখ্যাত।  এই ঠাইখন হাইকিঙৰ বাবে জনাজাত। ইয়াত এটা প্ৰকাণ্ড থিয় শিল আছে। লগতে আছে এটা মন্দিৰো।

2 / 5
গুণা কেভছঃ তামিলনাডুৰ কোডাইকানালত অৱস্থিত গুনা কেভছ বিখ্যাত পৰ্যটন স্থলী। ইয়াত গুহাবোৰৰ বিষয়ে বহু কথা কোৱা হয়। এই ঠাইখনক আটাইতকৈ বিশেষ কৰি তোলা কথাটো হ’ল গুহাবোৰৰ চাৰিওফালে সকলোতে বিয়পি থকা শ্বোলা গছৰ ডালবোৰ। মাদুৰাই বিমানবন্দৰৰ পৰা ইয়ালৈ যাব পাৰি।

3 / 5
যানা কেভছঃ কৰ্ণাটকৰ কানাড়া জিলাত অৱস্থিত গোকৰ্ণৰ য়ানা গুহা বা কেভছ প্ৰকৃতিয়ে সৃষ্টি কৰা অন্যতম উন্নত সৃষ্টি। ইয়ালৈ আহিলে আপোন পাহৰা হৈ যায় সকলো। বিশ্বৰ বহু পৰ্যটকৰ এয়া প্ৰিয় স্থান।

4 / 5
পুগা ভেলীঃ লাডাখৰ প্ৰায় ৩০ কিলোমিটাৰ এলেকাত বিস্তৃত পুগা উপত্যকাটোও চালে চকু ৰোৱা। ইয়াৰ বিস্ময়কৰ প্ৰাকৃতিক সৌন্দৰ্য্য দৰ্শন কৰাৰ লগে লগে আপুনি অনুভৱ কৰিব যেন আপুনি পৃথিৱীত বাস কৰি আন এখন পৃথিৱীলৈ আহিছে।

5 / 5
Latest Stories