গুণা কেভছঃ তামিলনাডুৰ কোডাইকানালত অৱস্থিত গুনা কেভছ বিখ্যাত পৰ্যটন স্থলী। ইয়াত গুহাবোৰৰ বিষয়ে বহু কথা কোৱা হয়। এই ঠাইখনক আটাইতকৈ বিশেষ কৰি তোলা কথাটো হ’ল গুহাবোৰৰ চাৰিওফালে সকলোতে বিয়পি থকা শ্বোলা গছৰ ডালবোৰ। মাদুৰাই বিমানবন্দৰৰ পৰা ইয়ালৈ যাব পাৰি।