শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অশান্তিত ভুগিছে নেকি? এই ৫ খন ছবিয়ে সলনি কৰি দিব আপোনাৰ জীৱন, জানক সবিশেষ

Best 5 Film: আপুনি হয়তো বহু চিনেমা চাইছে। কিন্তু এনে কিছুমান চিনেমা আছে যিয়ে জীৱনৰ ওপৰত মানুহৰ ধাৰণা সলনি কৰি দিব পাৰে। এনে ৫ খন ছবি আছে, যাৰ প্ৰতিটো চৰিত্ৰই দি যায় জীৱনৰ সম্পৰ্কে বহু জ্ঞান।

barasha-sarma
Barasha Sarma | Published: 13 Mar 2025 13:23 PM
বিভিন্নজনৰ জীৱনত প্ৰভাৱ পেলাব পৰা এখন ছবি হ'ল কমল হাছানৰ অভিনীত 'পুষ্পক' (Pushpak)। এই ছবিখনত সংলাপ নাছিল, কিন্তু যেতিয়াই ছবিখন চাব তেতিয়া প্ৰতিটো চৰিত্ৰই যেন আপোনাৰ সৈতে কথা পাতিব। এইখন এখন ব্লেক কমেডী চিনেমা যাৰ পৰা জীৱনৰ সৰু-ডাঙৰ কথা বুজি পোৱা যায়।

1 / 5
আন এখন ছবি হ'ল 'লাইফ অৱ পাই'(life of pi)। জীৱনত আমি কিছুমান বিকল্পহীন প্ৰত্যাহ্বানৰ সন্মুখীন হও।  তেতিয়া সেই প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাহিৰে আমাৰ ওপৰত একো নাথাকে। এই ছবিখনো একেই। ছবিখনত এটা শিশু সাগৰ যাত্ৰাৰ সময়ত পৰিয়ালৰ পৰা বিচ্চিন্ন হৈ পৰে। পাছত সাগৰৰ জীৱ-জন্তুৰ সৈতে তেওঁ কেনেকৈ জীয়াই থাকে সেয়াই এই ছবিখনত দেখুওৱা হৈছে।

2 / 5
আনখন চিনেমা- কোশিশ (Koshish)। আপোনাৰ জীৱনত যি হ'বলগীয়া আছে হ'ব। কিন্তু জীৱনটোত মৰম, ভালপোৱা, পৰিশ্ৰম আৰু সন্তুষ্টিৰে আগবাঢ়ি যায় তেন্তে আধা বিপদ এনেই আঁতৰি যায়। এই ছবিখনতো জীৱন সংগ্ৰামৰ এক কাহিনী দেখুওৱা হৈছে।

3 / 5
দ্যা পাৰচুউট অৱ হেপিনেছ (the pursuit of happiness) এনে এখন ছবি যিয়ে আপোনাক বহু কথা শিকাই যাব। ছবিখনত পৰিস্থিতি, মোহ, সংগ্ৰাম আৰু নিসংগতাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত দেখুওৱা হৈছে। এই ছবিখন এজন ব্যৱসায়ীৰ জীৱনৰ ওপৰত প্ৰেৰিত। কিন্তু এয়া কেৱল এজন ব্যক্তিৰ কাহিনী নহয়, বহু মানুহৰ কাহিনী যিয়ে নিজৰ কান্ধত হাত থৈ জীৱনত আগবাঢ়ি যাবলৈ শক্তি গোটায়।

4 / 5
ভুবম ছোম (bhuvam shome) এনে এখন ছবি যিয়ে আপোনাৰ দৃষ্টিভংগী সলনি কৰিব পাৰে। ছবিখনত দেখুওৱা হৈছে, কেনেকৈ এজন উচ্চ পদস্থ বিষয়াই চিকাৰৰ প্ৰতি থকা আকৰ্ষণ পূৰণ কৰিবলৈ গাঁৱলৈ আহে। কিন্তু এই সময়খিনিতে তেওঁ এগৰাকী যুৱতীক লগ পায়। সেই যুৱতীগৰাকীয়ে লাহে লাহে বিষয়াজনৰ মনত জীৱ-জন্তুৰ প্ৰতি প্ৰেমৰ সৃষ্টি কৰে আৰু তেওঁক এজন ভাল মানুহলৈ ৰূপান্তৰিত কৰে।

5 / 5