ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? গুৱাহাটীৰ আশে-পাশে আছে এই ৫ পৰ্যটনস্থলী…
Travel place in Guwahati: আহি আছে নতুন বছৰ। এই সময়চোৱাত বহুতে পিকনিক খাই বা ভ্ৰমণ কৰি ভাল পায়। কিন্তু আপুনি জানেনে গুৱাহাটী বা ইয়াৰ আশে পাশে এনে বহু অঞ্চল আছে য'লৈ আপুনি যাব পাৰে। এই অঞ্চলসমূহৰ প্ৰাকৃতিক সৌন্দৰ্যই আপোনাৰ নতুন বছৰ ৰঙীণ কৰি পেলাব।
1 / 5![দীপৰ বিলঃ নতুন বছৰত প্ৰকৃতিৰ আনন্দ উপভোগ কৰিবলৈ আপুনি দীপৰ বিললৈ যাব পাৰে। দীপৰ বিল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় (দক্ষিণ পশ্চিম গুৱাহাটী) ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। জালুকবাৰী-খানাপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ-পূব দিশত আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তৰ দিশত ই অৱস্থিত। এই বিলখনত আপুনি বিভিন্ন পৰিভ্ৰমী চৰাই দেখিবলৈ পাব।](https://images.assamtv9.com/uploads/2024/12/deepor-bill.png)
![দীপৰ বিলঃ নতুন বছৰত প্ৰকৃতিৰ আনন্দ উপভোগ কৰিবলৈ আপুনি দীপৰ বিললৈ যাব পাৰে। দীপৰ বিল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় (দক্ষিণ পশ্চিম গুৱাহাটী) ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। জালুকবাৰী-খানাপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ-পূব দিশত আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তৰ দিশত ই অৱস্থিত। এই বিলখনত আপুনি বিভিন্ন পৰিভ্ৰমী চৰাই দেখিবলৈ পাব।](https://images.assamtv9.com/uploads/2024/12/deepor-bill.png)
2 / 5
3 / 5
4 / 5
5 / 5