ক'ম দামত স্কুটী বিচাৰি আছে নেকি?চাওক, সবাতোকৈ বেছি বিক্ৰী হোৱা এই ৫খন স্কুটী | best selling scooter india top 5 list honda activa Assam news - Assam Tv9

ক’ম দামত স্কুটী বিচাৰি আছে নেকি?চাওক, সবাতোকৈ বেছি বিক্ৰী হোৱা এই ৫খন স্কুটী

Published: 

28 Aug 2024 20:54 PM

Top 5 Best Selling Scooters: যদি আপুনি স্কুটী ক্ৰয় কৰিব বিচাৰিছে তেন্তে সবাতোকৈ বেছি বিক্ৰী হোৱা স্কুটীখন চাব পাৰে। ক'ম দামত আপুনি এই স্কুটী পাব পাৰে। ইয়াত এনে কেইখনমান স্কুটীৰ বিষয়ে উল্লেখ কৰা হ'ল।

1 / 5২০২৪ চনৰ জুলাই মাহত ১,৯৫,৬০৪ ইউনিট হোণ্ডা এক্টিভাৰ বিক্ৰী হৈছে। এই স্কুটিখনৰ মূল্য ৭৬,৬৮৪ টকা (ইনচুৰেন্স, টেক্স, ৰেজিষ্টেশন নোহোৱাকৈ)ৰ পৰা আৰম্ভ হয়। এক্স শ্ব’ৰুম অনুসৰি।

২০২৪ চনৰ জুলাই মাহত ১,৯৫,৬০৪ ইউনিট হোণ্ডা এক্টিভাৰ বিক্ৰী হৈছে। এই স্কুটিখনৰ মূল্য ৭৬,৬৮৪ টকা (ইনচুৰেন্স, টেক্স, ৰেজিষ্টেশন নোহোৱাকৈ)ৰ পৰা আৰম্ভ হয়। এক্স শ্ব’ৰুম অনুসৰি।

2 / 5

TVS Jupiter ২০২৪ চনৰ জুলাই মাহত বিক্ৰী হৈছে ৭৪,৬৬৩ ইউনিট। এক্স শ্ব'ৰুম অনুসৰি এই স্কুটািখনৰ মূল্য ৭৩,৭০০ টকা (ইনচুৰেন্স, টেক্স, ৰেজিষ্টেশন নোহোৱাকৈ)ৰ পৰা আৰম্ভ হয়।

3 / 5

Suzuki Access জুলাই মাহত বিক্ৰী হৈছে ৭১,২৪৭ ইউনিট। এক্স শ্ব’ৰুম অনুসৰি এই স্কুটিখনৰ মূল্য ৭৯,৮৯৯ টকা (ইনচুৰেন্স, টেক্স, ৰেজিষ্টেশন নোহোৱাকৈ)ৰ পৰা আৰম্ভ হয়

4 / 5

Honda Dioঃ চলিত বৰ্ষৰ জুলাই মাহত হোণ্ডা ডিঅ’ৰ ৩৩,৪৪৭ ইউনিট বিক্ৰী হৈছে। এক্স শ্ব’ৰুম অনুসৰি ১১০ চিচি স্কুটিখনৰ দাম ৭০২১১ টকা (ইনচুৰেন্স, টেক্স, ৰেজিষ্টেশন নোহোৱাকৈ)ৰ পৰা আৰম্ভ হয়।

5 / 5

TVS Ntorq ২০২৪ চনৰ জুলাই মাহত টিভিএছ এনটৰ্কে ২৬,৮২৯টা ইউনিট বিক্ৰী হৈছে। এক্স শ্ব'ৰুম মতে এই ১২৫ চিচি স্কুটিৰ মূল্য ৮৯,৬৪১ টকা (ইনচুৰেন্স, টেক্স, ৰেজিষ্টেশন নোহোৱাকৈ)ৰ পৰা আৰম্ভ হয়।

ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?
সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?