Assamese NewsPhoto Gallery > Beware Of These 5 Signal Or Else Your Air Conditioner Will Caught On Fire Or Blast
যিকোনো মুহূৰ্ততে এচি ফাটিব পাৰে, এই ৫টা সংকেট দেখা পালে সাৱধান হ’ব !
Air Conditioner: যদি আপোনাৰ এচিৰ পৰা অহৰহ পানী লিক হৈ থাকে, তেন্তে ই নিষ্কাশন পাইপ বন্ধ হৈ পৰা বা আন কোনো আভ্যন্তৰীণ সমস্যাৰ ইংগিত দিয়ে। এই ক্ষেত্ৰত এচি তৎক্ষণাত বন্ধ কৰি দিব।