শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নেৰানেপেৰা তেজৰ বৰষুণ! চাৰিওফাল ভৰি পৰিছে ৰঙা পানীৰে, ভাইৰেল VIDEO…

বৰষুণ নিশ্চয় দেখিছে! কিন্তু তেজৰ দৰে ৰঙা পানীৰ বৰষুণ দেখা পাইছে নে। এনে এক ঘটনা সংঘটিত হৈছে যি সামাজিক মাধ্যমত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।

barasha-sarma
Barasha Sarma | Published: 02 Mar 2025 20:17 PM
বৰষুণ এক সাধাৰণ কথা।  নেৰানেপেৰা বৰষুণৰ ফলত, বানপানী, ভূমিস্খলন আদি হোৱা দেখা যায়। কিন্তু বৰষুণৰ ফলত তেজৰ দৰে ৰঙা পানী ওলোৱা কেতিয়াবা আপুনি দেখিছেনে? শেহতীয়াকৈ এনে এক দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই দৃশ্য এনে যে দেখিলে লাগিব তেজৰ সোঁত বৈ আছে।

1 / 5
সামাজিক মাধ্যমত ভাইৰেল  হৈ পৰা এই ভিডিঅটো দেখি একাংশই এয়া কলি যুগৰ শেষ সময় বুলি কৈছে। হিন্দু শাস্ত্ৰ মতে, কলিযুগ যেতিয়া শিখৰত উপনীত হ’ব তেতিয়া পৃথিৱীখন পাপ, অন্যায়, হিংসা, প্ৰতিশোধেৰে ভৰি পৰিব। লগতে উল্লেখ আছে যে,যেতিয়া অধৰ্মৰ পাপৰ পাত্ৰ ভৰি পৰিব তেতিয়া এনে ‘তেজৰ বৰষুণ’ হ’ব। সেই তেজৰ বৰষুণ ধ্বংস আৰু হিংসাৰ প্ৰতীক।

2 / 5
ইৰাণৰ হৰমুজ দ্বীপত সংঘটিত হৈছে এই ঘটনা। এই অদ্ভুত দৃশ্যই নেটিজেনসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু এই সন্দৰ্ভত বিজ্ঞানীসকল চিন্তিত নহয়। বিজ্ঞানীসকলে ইয়াৰ কাৰণ বাখ্যা কৰিছে।

3 / 5
উল্লেখ্য যে, হৰমুজ দ্বীপৰ মাটিত আইৰণ অক্সাইডৰ পৰিমাণ অতি বেছি। যিয়ে হৰমুজ দ্বীপৰ পানী ৰঙা কৰি পেলায়। ইয়াত সাগৰৰ পানীয়ে খুন্দা মাৰিলেও ৰঙা দেখা যায়। এই দ্বীপত এক প্ৰকাৰৰ ৰঙা ৰং পোৱা যায়। যি ৰাইজৰ মাজত ‘গোলক’ নামেৰে জনাজাত।

4 / 5
জানিব পৰা মতে,  ইৰাণৰ দ্বীপটোত মেংগ্ৰোভ বনাঞ্চল আছে। এই দ্বীপটোত কিছুমান অদ্ভুত গছ আছে।  ইয়াত বিশুদ্ধ পানী নাথাকিলেও গছ গছনি গজা দেখা যায়।

5 / 5