5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

BMWৰ আটাইতকৈ শক্তিশালী গাড়ী ভাৰতলৈ আহিছে,জানক সবিশেষ

ভাৰতীয় বজাৰত BMWএ মুকলি কৰিছে নিজৰ আটাইতকৈ শক্তিশালী গাড়ী XM Label Red ৰেড। ইয়াৰ মূল্য ৩.১৫ কোটি টকা, এক্স শ্ব’ৰুমৰ হিচাপত। এই হাই পাৰফৰমেন্স গাড়ীৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক...

barasha-misra
Barasha Misra | Published: 17 Sep 2024 21:47 PM
BMW XM Label Red  এক্সএম লেবেল ৰেডত ইলেক্ট্ৰিক মটৰৰ সৈতে ৪.৪ লিটাৰৰ V8 টুইন টাৰ্বোচাৰ্জড ইঞ্জিন আছে, যিয়ে 748 hp শক্তি আৰু1000 Nmৰ টৰ্ক উৎপন্ন কৰে।

1 / 5
BMW XM Label Red ত কিডনীৰ গ্ৰীল, খিৰিকী আৰু চকাৰ চাৰিওফালে উজ্জ্বল ৰঙা ৰঙৰ পৰশ আছে। গাড়ীৰ ভিতৰৰ আসনৰ বাবে ৰঙা-ক’লা থিম দিয়া হৈছে।

2 / 5
ইয়াত আছে ১৪.৯ ইঞ্চি টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট, ১২.৩ ইঞ্চি ডিজিটেল ড্ৰাইভাৰ ডিছপ্লে, বুষ্ট মোড, হেড-আপ ডিছপ্লে, 1475W এম্প্লিফায়াৰৰ সৈতে ২০ স্পীকাৰ অডিঅ’ চিষ্টেম।

3 / 5
প্ৰায় ২৭৯৫ কিলোগ্ৰাম ওজনৰ এই শক্তিশালী গাড়ীখনে মাত্ৰ ৩.৭ ছেকেণ্ডতে প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ গতিবেগ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ বেটাৰী পেক 25.7kWh ঘণ্টা।

4 / 5
সুৰক্ষাৰ বাবে এই গাড়ীখনত এক্টিভ ৰোল ষ্টেবিলাইজেচন, ডাইনামিক ব্ৰেক কণ্ট্ৰ’ল আৰু ৬টা এয়াৰবেগৰ দৰে বৈশিষ্ট্য প্ৰদান কৰা হৈছে। BMW এ এই গাড়ীখনৰ মুঠ ৫০০ ইউনিট নিৰ্মাণ কৰিছে, ইয়াৰে ভাৰতত মাত্ৰ এটাহে বিক্ৰী হ’ব।

5 / 5
Follow Us
Latest Stories