২০২৫ বৰ্ষৰ আৰম্ভণিতে কোন কোন বলীউডৰ তাৰকাৰ হৈছে Breakup ? জানি আপোনাৰো মনত হ'ব কষ্ট! | Bollywood Couples Breakup 2025, Know the Celebs Couples Name Assam news - Assam Tv9

২০২৫ বৰ্ষৰ আৰম্ভণিতে কোন কোন বলীউডৰ তাৰকাৰ হৈছে Breakup ? জানি আপোনাৰো মনত হ’ব কষ্ট!

Published: 

22 Mar 2025 23:25 PM

Celebs Breakup In 2025: নতুন বছৰৰ আৰম্ভণিৰ পৰাই বহু তাৰকা বিচ্ছেদৰ খবৰ আহিছে। এতিয়ালৈকে ৫টা যুটিৰ ব্ৰেকআপৰ খবৰ পোহৰলৈ আহিছে।

1 / 5২০২৫ চনটোৱে যেন সম্পৰ্কৰ ক্ষেত্ৰত অনুৰাগীসকলক বহুত হতাশ কৰিছে। বছৰৰ আৰম্ভণিতে এনে কিছুমান সম্পৰ্ক বিচ্ছেদৰ কথা পোহৰলৈ আহিছে, যাৰ নাম অনুৰাগীয়ে শুনি বিশ্বাস কৰিব পৰা নাই। জানক এই বৰ্ষত কোন কোন তাৰকাৰ বিচ্ছেদ হৈছে।

২০২৫ চনটোৱে যেন সম্পৰ্কৰ ক্ষেত্ৰত অনুৰাগীসকলক বহুত হতাশ কৰিছে। বছৰৰ আৰম্ভণিতে এনে কিছুমান সম্পৰ্ক বিচ্ছেদৰ কথা পোহৰলৈ আহিছে, যাৰ নাম অনুৰাগীয়ে শুনি বিশ্বাস কৰিব পৰা নাই। জানক এই বৰ্ষত কোন কোন তাৰকাৰ বিচ্ছেদ হৈছে।

2 / 5

বলীউডৰ অন্যতম প্ৰিয় যুটি তমন্না ভাটিয়া আৰু বিজয় ভাৰ্মাৰ বিচ্ছেদৰ খবৰে ইণ্টাৰনেটত আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু ইয়াকেলৈ দুয়োগৰাকীয়ে কোনো মন্তব্য দিয়া নাই।

3 / 5

শেহতীয়াকৈ টিভিৰ প্ৰিয় যুটি প্ৰিয়ংকা চাহৰ চৌধুৰী আৰু অংকিত গুপ্তাৰ মাজত ব্ৰেকআপ হোৱাৰ খবৰ আহিছে। কিন্তু এই কথাটো কোনেও বিশ্বাস কৰিব পৰা নাছিল। যেতিয়া দুয়োজনে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছিল তেতিয়া সকলোৱে বিশ্বাস কৰে।

4 / 5

টিভি অভিনেত্ৰী জন্নত জুবেৰ আৰু ফাইজুৰে বহু খবৰ প্ৰকাশ হৈ আহিছে। দুয়ো বহু বছৰ ধৰি সম্পৰ্কত আছে। যদিও দুয়োজনে এই কথা কেতিয়াও মানি লোৱা নাছিল। মাহৰ আৰম্ভণিতে খবৰ আহিল যে জন্নত আৰু ফাইজুৰ মাজত বিচ্ছেদ ঘটিছে।

5 / 5

‘য়েহ ৰিষ্ট ক্যা কেহলাতা হায়’, প্ৰণালী ৰাথোৰ আৰু হৰ্ষদ চোপ্ৰাৰ অন আৰু অফ স্ক্ৰীণ যুটিতোক সকলোৱে ভাল পাইছিল। দুয়োজনে কেতিয়াও নিজৰ সম্পৰ্ক নিশ্চিত কৰা নাছিল। অৱশ্যে যদি খবৰবোৰক বিশ্বাস কৰা হয়, তেন্তে এতিয়া এই প্ৰেমিক যুগলৰ বিচ্ছেদৰ খবৰ আহি আছে।

ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?
ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? শুনি হ'ব আচৰিত...
আইপিএলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈজন কোন জানেনে ?