5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Arijit Singh Birthday: আজি অৰজিৎ সিঙৰ ওপজা দিন, কণ্ঠশিল্পীগৰাকীৰ কোনটো গীত আপোনাৰ প্ৰিয়?

কণ্ঠশিল্পীগৰাকীৰ ৩৭ বছৰীয়া জন্মদিন উপলক্ষে অনুৰাগীৰ হৃদয়ত বাজি উঠিছে প্ৰতিটো গান। সামাজিক মাধ্যমত শুভেচ্ছা বাণীৰে উপচাই পেলাই অনুৰাগীয়ে।

barasha-misra
Barasha Misra | Updated On: 25 Apr 2024 16:11 PM
ৰোমান্টিক আৰু হৃদয়স্পৰ্শী সুৰৰ জৰিয়তে পৰিচিত বলীউডৰ কণ্ঠশিল্পী অৰিজিৎ সিঙ। তেওঁৰ গান শুনিলে হৃদয়ক কোনোৱে ৰখাব নোৱাৰে।

1 / 5
‘কিং অৱ প্লেবেক চিংগিং’ৰূপে পৰিচিত অৰজিৎ হৈছে বলিউডৰ অন্যতম গায়ক। তেওঁৰ হিট গীতৰ সংকলন শেহতীয়াকৈ বৃদ্ধি পাইছে।

2 / 5
১৮ বছৰ বয়সত ৰিয়েলিটি শ্ব’ফেম গুৰুকুলৰ জৰিয়তে সংগীত যাত্ৰা আৰম্ভ কৰি ২০১১ চনত 'টুম হী হো'ৰ জৰিয়তে একে নিশাৰ ভিতৰতে আলোড়নৰ সৃষ্টি কৰিছিল।

3 / 5
আজি অৰিজিৎ সিঙৰ ওপজা দিন। এই দিনটোত সামাজিক মাধ্যমত শুভেচ্ছা বাণীৰে উপচাই পেলাই অনুৰাগীয়ে।

4 / 5
অৰিজিৎ সিঙে আজিলৈকে ৰাষ্ট্ৰীয় বঁটা আৰু কেইবাটাও ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। কণ্ঠশিল্পীগৰাকীৰ ৩৭ বছৰীয়া জন্মদিন উপলক্ষে অনুৰাগীৰ হৃদয়ত বাজি উঠিছে প্ৰতিটো গান।

5 / 5
Latest Stories