২৭ বছৰ পাছত ছবি প্ৰেমীৰ মাজলৈ আহি আছে বৰ্ডাৰ-২
২৭ বছৰৰ অন্তত আহি আছে বৰ্ডাৰ ছবিৰ ছিকুৱেল। ২৭ বছৰ পূৰ্বে মুক্তি লাভ কৰা ছবিখনে যথেষ্ঠ সফলতা লাভ কৰিছিল। এতিয়া এই ছবিখনে ছবি প্ৰেমী ৰাইজৰ মাজত বিশেষ স্থান লাভ কৰি আছে। তেনে সময়তে ছানি দেউলে কৰিছে বিশেষ ঘোষণা।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5