5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Brain Exercise : কথা পাহৰি যোৱা সমস্যাৰ সন্মুখীন হৈছে নেকি ? স্মৃতিশক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি ? জানক

বয়সৰ লগে লগে ছাল আৰু শৰীৰত যেনেকৈ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে, ঠিক সেইদৰে মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে। ইয়াৰ বাহিৰেও একাংশ লোকৰ কম বয়সতে পাহৰি যোৱাৰ সমস্যাৰ সৃষ্টি হয়। মগজুৰ স্মৃতিশক্তি ধৰি ৰাখিবলৈ সুষম খাদ্য গ্ৰহণ আৰু ৱৰ্কআউট কৰাটো প্ৰয়োজনীয় । ইয়াৰ বাহিৰেও মগজুৰ কেইটামান ব্যায়াম দৈনিক কৰিব পাৰে ।

manas-borah
Manas Borah | Updated On: 11 Nov 2024 17:01 PM
মানসিক ক্ষমতা অতুত ৰাখিবলৈ প্ৰহেলিকা সমাধান কৰাটো এটা ভাল উপায়। আপুনি Rubik's Cube সমাধান কৰিব পাৰে, ইয়াৰ বাহিৰেও আপুনি jigsaw puzzles সমাধান কৰিব লাগে। ইয়াত যিকোনো এখন ছবি বহু টুকুৰা সংযোগ কৰি তৈয়াৰ কৰা হয়। (Photo-pixabay)

1 / 5
আজিকালি মানুহে বহু সময় ফোনত কটায়। যদি আপুনি ঘৰৰ পৰা ওলাই গৈ শাৰীৰিক ক্ৰিয়া-কলাপ জড়িত যিকোনো খেল খেলিব নোৱাৰে তেন্তে ফোনৰ সলনি দবা খেলক। মনটোক সক্ৰিয় কৰি তোলাৰ বাবে এই খেলবিধ খেলাৰ লগতে পৰিয়ালৰ লগত কিছু সময় কটাব পাৰিব।(Photo-pixabay)

2 / 5
যদি আপুনি আপোনাৰ স্মৃতিশক্তি চোকা কৰিব বিচাৰে তেন্তে প্ৰতিদিনে আপোনাৰ মগজুক এটা নতুন প্ৰত্যাহ্বান দিয়া উচিত। ইয়াৰ বাবে আপুনি দৈনিক Sudoku সমাধান কৰিব পাৰে বা গণিতৰ সমস্যা সমাধান কৰিব পাৰে। ইয়াৰ ফলত এই বিষয়টোৰ ওপৰত আপোনাৰ দখলও বৃদ্ধি পাব।(Photo-pixabay)

3 / 5
স্মৃতিশক্তি অতুত ৰাখিবলৈ প্ৰতিদিনে কিছু সময় উলিয়াই সেই সময়ত ভিজুৱেলাইজেচন কৰক। এয়া এক প্ৰকাৰৰ ধ্যান। ইয়াত সম্পূৰ্ণ নিস্তব্ধ ঠাইত বহিব লাগে বা চকু মুদি দীঘলকৈ উশাহ ল’ব লাগে। ইয়াৰ পিছত কিবা এটা পৰিস্থিতি, প্ৰাকৃতিক সৌন্দৰ্য্য বা ফলাফল ইত্যাদি চিন্তা কৰি স্পষ্টকৈ কল্পনা কৰিবলৈ চেষ্টা কৰক । অৰ্থাৎ মনত এখন ছবি সৃষ্টি কৰিবলৈ চেষ্টা কৰক।(Photo-pixabay)

4 / 5
মনটোক সক্ৰিয় কৰি ৰখাৰ আটাইতকৈ উত্তম উপায় হ’ল প্ৰতিদিনে কিবা নহয় কিবা এটা পঢ়া, যেনে কিতাপ পঢ়া বা বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ বাহিৰেও মনৰ মাজত চলি থকা কথাবোৰ লিখিবলৈ আৰম্ভ কৰক বা আপোনাৰ প্ৰিয় কথাবোৰ লিখি থওক । কাৰণ যিয়েই লিখা হয়, তাৰ ছবিখন মনত গঢ় লৈ উঠে আৰু সেইখন ছবিখন মনত ৰখা হয়। ইয়াৰ ফলত আপোনাৰ কথাবোৰ মনত ৰখাৰ ক্ষমতা বৃদ্ধি পাব। (Photo-pixabay)

5 / 5
Latest Stories