5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাৰে বাৰে ভাঙি যায় নেকি নখ? তেন্তে হ’ব পাৰে এইসমূহ সমস্যা…

মহিলাসকলে ধুনীয়া দীঘল নখ ভাল পায়। সেইবাবেই তেওঁলোকে নিজৰ নখৰ বহুত যত্ন লয়। কিন্তু কেতিয়াবা এই নখবোৰৰ ৰং সলনি হোৱাৰ লগতে ভাঙি যায় বা দুৰ্বল হৈ পৰে। এনে হোৱাৰ আছে কিছুমান বিশেষ কাৰণ।

barasha-sarma
Barasha Sarma | Published: 22 May 2024 15:54 PM
মহিলাসকলে ধুনীয়া দীঘল নখ ভাল পায়।  সেইবাবেই তেওঁলোকে নিজৰ নখৰ বহুত যত্ন লয়।  কিন্তু বহু সময়ত কিছুমানৰ নখ দীঘল হোৱাৰ লগে লগে ভাঙি যায়। ইয়াৰ আছে বিশেষ কাৰণ।

1 / 5
কেলছিয়ামৰ অভাৱঃ কেলছিয়ামে হাড় মজবুত কৰি ৰখাৰ লগতে দাঁত আৰু নখৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবে নখ দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে।

2 / 5
আয়ৰণৰ অভাৱঃ শৰীৰত আইৰণৰ অভাৱৰ বাবে হিম’গ্লবিনৰ উৎপাদনত বাধাৰ সৃষ্টি হয়. যাৰ বাবে শৰীৰত ৰক্তহীনতা হয়। ইয়াৰ ফলত আপোনাৰ নখৰ ৰং সলনি হ’ব পাৰে আৰু ভাঙিব পাৰে।

3 / 5
ভিটামিন বি-ৰ অভাৱঃ শৰীৰত ভিটামিন বি-১২ৰ অভাৱৰ বাবে কোষ গঠনত সমস্যা হ’ব পাৰে।  ইয়াৰ বাবে নখ দুৰ্বল হোৱাৰ লগতে ই আপোনাৰ ছালত প্ৰভাৱ পেলাব পাৰে। ইয়াৰোপৰি আন সমস্যাইও দেখা দিব পাৰে।

4 / 5
হাইপোথাইৰয়ডৰ সমস্যাঃ ই হৈছে হৰম’নৰ সমস্যা। যাৰ বাবে ভাগৰুৱা, ওজন বৃদ্ধি, পেশীৰ বিষ আদিৰ উপৰিও চুলি সৰা আৰু নখ দুৰ্বল হোৱা আৰু ভাঙি যোৱাৰ দৰে সমস্যাও হ’ব পাৰে।

5 / 5
Latest Stories