Cannes Film Festivalত অভিনেত্ৰী আইমী বৰুৱাঃ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো..
বিশ্বৰ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ Cannes Film Festivalত উপস্থিত আছে অসমীয়া বোলছবিৰ অভিনেত্ৰী আইমী বৰুৱা। Cannes Film Festivalৰ পৰাই অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেইখনমান ছবি। ছবিকেইখনৰ লগতে তেওঁ পৰিধান কৰা পোচাক সম্পৰ্কেও পোষ্টটোত উল্লেখ কৰিছে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5