5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Cannesত আইমী বৰুৱা, ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে এয়া কি ক’লে আইমী বৰুৱাই…

Cannesৰ পৰা ইনষ্টাগ্ৰাম লাইভ আইমীৰ। কাঁন চলচ্চিত্ৰ মহোৎসৱত যোৱা বছৰৰ দৰে এইবছৰো অসমীয়া চলচ্চিত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গৈছে আইমী বৰুৱা। 

barasha-misra
Barasha Misra | Updated On: 17 May 2024 15:07 PM
কাঁন চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা।

কাঁন চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা।

1 / 6
যোৱা বছৰৰ দৰে এইবছৰো অসমীয়া চলচ্চিত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই পদক্ষেপ আইমী বৰুৱাৰ। 

2 / 6
আন্তঃৰাষ্ট্রীয় পৰ্যায়ত অসমীয়া হৈ নিজৰ পৰিচয় গঢ়াৰ প্ৰয়াস আইমীৰ।

3 / 6
Cannesৰ পৰা ইনষ্টাগ্ৰাম লাইভ আহি আইমীয়ে ক'লে- আমি নিজত্বটো কেতিয়াও এৰিব নালাগে। বাহিৰতো যদি অসমীয়া কাৰোবাক পাও মনটো বৰ ভাল লাগে। ইয়ালৈ বিভিন্ন তাৰকা আহে, কোনোবাই গাউন পিন্ধে কোনোবাই কিবা পিন্ধে। কিন্তু মই মোৰ অসমীয়া সাজজোৰ, অসমীয়া গহনা আৰু মূৰত কপৌফুল লগাই যাম বুলি ভাবিছোঁ। সেয়ে Cannesলৈ অসমৰ পৰা কপৌফুল লৈ আহিছোঁ।

4 / 6
এইবাৰো অসমীয়া সাজত দেখিব মোহময়ী অভিনেত্ৰী আইমী বৰুৱাক।

5 / 6
অসম কেৱল এখন সৰু ৰাজ্য নহয়, এই কথা গোটেই বিশ্বক জনাব বিচাৰে আইমী বৰুৱাই।

6 / 6
Latest Stories