দহ লাখতকৈয়ো কম মূল্যত চানৰুফৰ সুবিধাসহ এই পাঁচখন বাহনঃ চাওক সবিশেষ…
পৰিয়ালৰ সুবিধা হোৱাকৈ এখন বাহন ক্ৰয় কৰাৰ সপোন সকলোৰে থাকে। যদি আপুনিও দহ লাখ টকাৰ বাজেটৰ ভিতৰত এখন নতুন গাড়ী কিনিব বিচাৰে, তেন্তে আপোনাৰ পছন্দ হোৱাকৈ বহুকেইখন বাহন এতিয়া বজাৰত উপলব্ধ। এই বাহনকেইখনত আছে আনকি ছানৰুফৰো সুবিধা। এই তালিকাত টাটা মটৰ্ছ, হুণ্ডাই, মহিন্দ্ৰা আদি কোম্পানীৰ বাহন আছে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5