শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাল খবৰ! ৰাজ্যৰ এইসকল যুৱকে প্ৰতিমাহে লাভ কৰিব ২,৫০০ টকা…

আজি বিহালীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰে। এই সময়চোৱাত ৰাজ্যৰ লাখ লাখ যুৱকলৈ তেওঁ ডাঙৰ ঘোষণা কৰে। এতিয়াৰ পৰা একাংশ যুৱকে মাহে লাভ কৰিব চৰকাৰী ধন।

barasha-sarma
Barasha Sarma | Updated On: 01 Apr 2025 15:03 PM
মঙলবাৰে বিহালীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰে। এই সময়চোৱাত বিশাল জনসভা সম্বোধন কৰি শৰ্মাই কেইবাটাও ডাঙৰ ঘোষাণা কৰে।

1 / 5
শৰ্মাই কয় যে, এতিয়াৰ পৰা ৰাজ্যৰ  লাখ লাখ যুৱকে মাহে ২,৫০০ টকা লাভ কৰিব। যিসকলে যুৱকে স্নাতকত উত্তীৰ্ণ হয়, তেওঁলোকক ১ বছৰৰ বাবে প্ৰতিমাহে আঢ়ৈ হাজাৰকৈ টকা দিয়া হ'ব।

2 / 5
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ল'ৰা ভাগিনসকলে প্ৰায়ে অভিযোগ কৰি থাকে যে তেওঁলোকৰ বাবে একো আঁচনি নাই। গতিকে এইবাৰ তেওঁলোকৰ বাবে এই আঁচনি অনা হৈছে। যাৰ অধীনত বিএ, বিএছচি অৰ্থাৎ স্নাতকত উত্তীৰ্ণ হোৱা যুৱকসকলে প্ৰতিমাহে চৰকাৰী ধন লাভ কৰিব।

3 / 5
শৰ্মাই কয় যে, স্নাতকত উত্তীৰ্ণ হোৱাৰ পাছতে বহুতে চাকৰি বিচাৰি থাকে। তেনে অৱস্থাত তেওঁলোকে ঘৰৰ পৰা টকা বিচাৰিবলৈ সংকোচ কৰে। যাৰ বাবে ১  বছৰৰ বাবে তেওঁলোকক চৰকাৰে ২,৫০০ টকাকৈ প্ৰদান কৰিব।

4 / 5
ইয়াৰোপৰি শৰ্মাই, মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীক মাহে ৩০০ টকাকৈ দিয়াৰ ঘোষণা কৰে।  ছাত্ৰ-ছাত্ৰীসকলৰ টিউচনৰ বাবে এই ধন দিয়া হ'ব বুলি কয় শৰ্মাই।

5 / 5