বিহুৰ পূৰ্বে ভাল খবৰ! যোৰহাটবাসীলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ…
হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াৰ পূৰ্বে যোৰহাটবাসীলৈ বিশেষ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ বাবে ৪ এপ্ৰিলত যোৰহাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5