গৰমৰ পৰা হাত সাৰিবলৈ ৰাইজে মাটি খান্দিবলৈ আৰম্ভ কৰে। মাটিৰ তলত তেওঁ সু-প্ৰস্তুতভাৱে জীৱন-যাপনৰ ব্যৱস্থা কৰিলে। তেতিয়াৰ পৰা এই গাঁওখন পৃথিৱীৰ অন্যতম আশ্চৰ্য্যকৰ বস্তু। এতিয়া এই গাঁৱৰ মুঠ জনসংখ্যা প্ৰায় ৩৫০০। ভূগৰ্ভস্থ গাঁওখনো পৰ্যটকৰ বাবে আকৰ্ষণীৰ কেন্দ্ৰ বিন্দু। (সকলো ফটো - Getty Images)