মুখত মিচিকীয়া হাঁহি থকা দীপলিনা ডেকা যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়।
দীপলিনাৰ কণ্ঠয়ে হওক বা অভিনয়ে হওক সকলো ক্ষেত্ৰতে অনন্য।
ৰোমাণ্টিক গীতৰ পৰা বিহু গীতলৈ, একাধিক জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে দীপলিনা ডেকাই।
সামাজিকক মাধ্যমত কণ্ঠশিল্পীগৰাকীৰ আছে বহু হাজাৰ অনুৰাগী।
এইবাৰ খানাপাৰাত অনুষ্ঠিত 'ৰঙালী'ত সংগীতৰ ৰঙ চটিওৱাৰ লগতে ৰেম্প ৱাক কৰা দেখা গল দীপলিনাক।